DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পূৰ্বতকৈ অধিক তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক পৰিবহন নিগম

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 18, 2020 9:14 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

4.9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কভিড-১৯ পজিটিভ ধৰা পৰা দুজনকৈ ব্যক্তিয়ে যাতায়াত কৰিছিল অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত। গুৱাহাটীৰ পৰা তেজপুৰৰ মিশ্যন চাৰি আলিলৈ এজন অহাৰ বিপৰীতে আনজন গৈছিল গুৱাহাটীৰ পৰা শিলচৰলৈ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে পূৰ্বতকৈ অধিক তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক পৰিবহন নিগম।

ক’ভিড-১৯ পজিটিভ ধৰা পৰা ব্যক্তি দুজনে অসম ৰাজ্যিক পৰিবহন নিগমৰ গাড়ীত যাত্ৰা কৰা সময়ত কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই সম্পৰ্কে সকলো তথ্য সংশ্লিষ্ট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক প্ৰদান কৰা হৈছে।

লগতে গাড়ী কেইখনৰ চালকসহ হেণ্ডিমেনকো ৰখা হৈছে কোৱাৰেইনটাইনত। শিলচৰৰ ৰোগীজনে যাতায়ত কৰা বাছখনৰ চালক-হেণ্ডিমেনক গুৱাহাটীৰ পল্টন বজাৰৰ এখন হোটেলত কোৱাৰেন্টাইন কৰা হৈছে।

এই ঘটনাৰ পিছতে অসম ৰাজ্যিক পৰিবহন নিগমে কেনেধৰনৰ ব্যৱস্থা গ্ৰহন কৰিছে এই সম্পৰ্কে জনালে পৰিবহন বিভাগৰ অধক্ষ্য অশোক ভট্টৰায়ে।

Recent News

HS Result 2022 কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে

HS Result 2022 কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd