• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ পথত চলিব ১,০০০ ইলেকট্ৰিক বাছ : সাজু ৰাজ্যিক পৰিবহন নিগম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2019 8:21 am

2 min read

electric-bus-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

সকলো ঠিকে ঠাকে থাকিলে চলিত বছৰৰ শেহৰ ভাগলৈ ৰাজ্যখনৰ পথসমূহত ১,০০০খন ইলেকট্ৰিক বাছ চলাচল কৰিব।

অসম ৰাজ্যিক পৰিবহন নিগমে (এ এছ টি চি) হাংগেৰী স্থিত চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যখনত ইলেকট্ৰিক বাছ চলোৱাৰ ‘অপেক্স’(অপাৰেশ্যনেল এক্সপেনডিশ্বাৰ) আৰ্হিৰ বাবে আলোচনা চলাইছে।

এ এছ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে এই সন্দৰ্ভত আলোচনা চূড়ান্ত পৰ্যায়ত আছে আৰু অতি শীঘ্ৰেই এখন চুক্তি স্বাক্ষৰিত কৰা হ’ব।

‘’চিছেপেলে তেওঁলোকৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে অপেক্স আৰ্হিত এই বাছবোৰ লীজত দিয়াৰ বাবে এখন ‘এছপিভি’(স্পেছিয়েল পাৰপ’জ ভেহিক’ল) গঠন কৰিব য’ত এ এছ টি চি হ’ব লেচী,’’-তিৱাৰীৰ উদ্ধৃতিৰে আছাম ট্ৰিবিউনে প্ৰকাশ কৰিছে।

তেওঁ কয় যে ইয়াত কোনো মূলধনী বিনিয়োগ নাই কিয়নো কোম্পানীয়ে বাছবোৰ আগবঢ়াব আৰু আমি সেইবোৰ চলাম।

‘’ইয়াৰ বিনিময়ত মাহিলী হিচাপত এটা পৰিমানৰ ধন দিব লাগিব,’’-তিৱাৰীয়ে কয়।

তেওঁ কয় যে এ এছ টি চিয়ে প্ৰাৰম্ভিকভাৱে এনেধৰণৰ ১,০০০ খন বাছ চলোৱাৰ পৰিকল্পনা কৰিছে যিবোৰ হাংগেৰিয়ান ফাৰ্মখনৰ ভাৰতীয় বিতৰণকাৰীসকলে তিনিটা বিভিন্ন শাখাত পৰ্যায় ক্ৰমে আগবঢ়াব।

তিৱাৰীয়ে জানিবলৈ দিয়ে যে চিছেপেলে বাছসমূহৰ বাবে চাৰ্জিং ষ্টেশ্যনো স্থাপন কৰিব আৰু মেৰামতিৰ কামসমূহ চাব।

তেওঁ লগতে জনায় যে এফ এ এম ই (ফাষ্টাৰ এডপশ্যন এণ্ড মেনুফেকশ্যাৰিং অফ হাইব্ৰীড এণ্ড ইলেকট্ৰিক ভেহিক’লছ) আঁচনিৰ অধীনত ১৫ খন ইলেকট্ৰিক বাছ ক্ৰয় কৰা হৈছে আৰু অহা মাহত মহানগৰীত চলাবলৈ সাজু হৈ আছে।

বাছকেইখন কামাখ্য মন্দিৰ পথত চলোৱা হ’ব।

মহানগৰীত দুটা চাৰ্জিং ষ্টেশ্যনো স্থাপন কৰা হৈছে।

এফ এ এম ই আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰু ১০০খন ইলেকট্ৰিক বাছৰ অনুমোদন দিছে।

ইয়াৰে ৫০খন গুৱাহাটীৰ বাবে আৰু ২৫খন যোৰহাট তথা শিলচৰৰ বাবে দিয়া হ’ব।

এফ এ এম ই আঁচনিৰ লক্ষ্য হৈছে ইলেকট্ৰিক যাতায়তক সুচল কৰি তোলা। বাছৰ ৬০ শতাংশ ধন কেন্দ্ৰই আৰু বাকীখিনি ৰাজ্য চৰকাৰে আগবঢ়াব।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd