• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজ্ঞানৰ চমক! বৃহত্তম কৃষ্ণগহ্বৰৰ সন্ধান পোৱাৰ দাবী বিজ্ঞানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2024 1:13 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ হাতীপটি (মিল্কি ৱে) তাৰকাৰাজ্যত আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ পোৱা বুলি দাবী কৰিছে বিজ্ঞানীসকলে। ইয়াৰ ভৰ আমাৰ সূৰ্য্যৰ ৩৩ গুণ অধিক। ইমান দিনে ইয়াৰ আৱিষ্কাৰ হোৱা নাছিল। মঙলবাৰে প্ৰকাশিত এক গৱেষণা পত্ৰত ফ্ৰান্সৰ গৱেষকসকলে এই তথ্য প্ৰকাশ কৰিছে।

নতুনকৈ আৱিষ্কৃত কৃষ্ণগহ্বৰটোৰ নাম গিয়া বি এইচ ৩। পেৰিছৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ নেশ্যনেল চেণ্টাৰ ফৰ চাইন্টিফিক ৰিচাৰ্চৰ (চিএনআৰএছ) জ্যোতিৰ্বিজ্ঞানী পাস্কুৱেল পানুজোৱে কয় যে বিজ্ঞানীসকলে যথেষ্ট আকস্মিকভাৱে এই কৃষ্ণগহ্বৰটো আৱিষ্কাৰ কৰিছে। ইউৰোপীয় মহাকাশ সংস্থাৰ গিয়া অভিযানে সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰিবলৈ যাওতে ইয়াৰ সন্ধান পোৱা গৈছে।

গিয়া মিছনে মূলতঃ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ মানচিত্ৰ নিৰ্মাণৰ কাম কৰিছিল। এতিয়া ই পৃথিৱীৰ পৰা ২০০০ আলোকবৰ্ষ দূৰত্বত থকা একুইলা গ্ৰহাণু থুপত BH3 নামৰ এটা কৃষ্ণগহ্বৰ চিনাক্ত কৰিছে। গিয়া টেলিস্কোপে মূলতঃ আকাশত কোনো তৰাৰ সঠিক অৱস্থান ধৰা পেলাব পাৰে। এই তথ্যৰ পৰা জ্যোতিৰ্বিজ্ঞানীসকলে তৰাৰ কক্ষপথ, ইয়াৰ ভৰ আৰু অদৃশ্য সংগীক বিচাৰি উলিয়াব পাৰে।

Apply Now

লগতে পঢ়কঃ DD News: সকলোৰে অজানিতে নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ’ল দূৰদৰ্শন!

গিয়া টেলিস্কোপৰ তথ্য বিশ্লেষণ কৰি কৃষ্ণগহ্বৰৰ স্থান চিনাক্ত কৰাৰ পিছত বিজ্ঞানীসকলে ভূপৃষ্ঠীয় দূৰবীণ ব্যৱহাৰ কৰি ইয়াৰ অস্তিত্ব নিশ্চিত কৰিছে।

পানুজোৱে এক সংবাদ বিজ্ঞপ্তিযোগে কয় যে, “কোনোৱে ভবা নাছিল যে ইমান বৃহৎ কৃষ্ণগহ্বৰ আমাৰ ইমান ওচৰত আৱিষ্কাৰ নোহোৱাকৈয়ে থাকিব পাৰে। এনে আৱিষ্কাৰ কৰাৰ সুযোগ কাৰোবাৰ গৱেষণা জীৱনত এবাৰহে আহে। বিজ্ঞানীসকলে কৃষ্ণগহ্বৰটোক প্ৰদক্ষিণ কৰি থকা সংগী তৰাটোৰ দোলন পৰ্যবেক্ষণ কৰি কৃষ্ণগহ্বৰৰ অস্তিত্বৰ বিষয়ে অনুমান কৰিবলৈ ধৰে।”

পানুজোৱে কয় যে আমি আমাৰ সূৰ্য্যতকৈ অলপ সৰু আৰু উজ্জ্বল তৰা এটাই অদৃশ্য সংগীক প্ৰদক্ষিণ কৰা দেখিছিলোঁ।

লগতে পঢ়কঃIPL 2024: নাৰিনৰ শতকেৰে বিশাল স্কোৰ কৰিও RRৰ হাতত পৰাজিত KKR; বাটলাৰৰ অবিশ্বাস্য ইনিংছ

গিয়া বি এইচ ৩ মূলতঃ এটা নক্ষত্ৰীয় কৃষ্ণগহ্বৰ বা ষ্টেলাৰ ব্লেকহোল। মূলতঃ তৰা এটাৰ জীৱনকাল শেষ হ’লে তাৰ পতনৰ ফলত এনে এটা কৃষ্ণগহ্বৰৰ সৃষ্টি হয়। কিন্তু অতিবৃহৎ কৃষ্ণগহ্বৰতকৈ ইহঁতৰ ধৰ্ম বেলেগ। আন অতিবৃহৎ কৃষ্ণগহ্বৰ গঠনৰ কাৰণ জানিব পৰা হোৱা নাই। এনে অতিবৃহৎ কৃষ্ণগহ্বৰ ইতিমধ্যে অতি দূৰৈৰ তাৰকাৰাজ্যত মহাকৰ্ষণীয় তৰংগৰ দ্বাৰা ধৰা পেলাব পাৰি। কিন্তু পানুজোৱে কয় যে আমাৰ তাৰকাৰাজ্যত এনে কোনো কৃষ্ণগহ্বৰ ধৰা পৰা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd