DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

ভাৰতত আসুসে (ASUS) মুকলি কৰিব বিশ্বৰ আটাইতকৈ পাতল গেমিং লেপটপ; দাম শুনি আচৰিত হ’ব আপুনি!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2019 12:55 pm
ASUS

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.8k
VIEWS
Share on FacebookShare on Twitter

লেপটপ আৰু স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান আসুসে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে বিশ্বৰ ভিতৰত আটাইতকৈ পাতল গেমিং লেপটপ মুকলি কৰাৰ কথা ঘোষণা কৰে। আসুসৰ মুকলি হ’বলগীয়া আৰ অ’ জি জেফাইৰছ চিৰিজৰ নতুন লেপটপটোৰ মূল্য হ’ব ২৯,৯,৯৯০ টকা।

আগশাৰীৰ ইলেক্ট্ৰিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে মঙলবাৰে এক অনুষ্ঠানত নতুনকৈ মুকলি হ’বলগীয়া লেপটপটো জীফোৰ্ছ আৰটিএক্স ২০৮০ জীপিয়ু আৰু ইণ্টেল কোৰ আই ৭  চি পি য়ুৰ আধাৰত নিৰ্মিত বিশ্বৰ সকলোতকৈ পাতল লেপটপ হ’ব বুলি ঘোষণা কৰে।

আসুস ইণ্ডিয়াৰ বিজনেজ ডেভেলপমেণ্ট বিষয়া এগৰাকীয়ে নতুন লেপটপটো আৰ অ’ জি ষ্ট্ৰিক্স স্কোৰ ৩ আৰু হিৰো থ্ৰি, প্ৰো-লেভেল খেলসমূহৰ বাবে ডিজাইন কৰা হৈছে বুলি উল্লেখ কৰে।এই খেল সমূহ খেলাৰ বাবে লেপটপটোত আবশ্যকীয় গতি, সঠিক কাৰ্য্যক্ষমতা উপলব্ধ হ’ব।

আল্ট্ৰা শ্লিম গেমিং লেপটপটো মুকলি কৰা সন্দৰ্ভত আসুস ইণ্ডিয়াৰ এগৰাকী বিষয়াই কয় যে ১৫ ইঞ্চিৰ পাতল গেমিং লেপটপটোৱে ভাৰতৰ লেপটপৰ বজাৰত স্থান দখল কৰিবলৈ সক্ষম হ’ব।

Recent News

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd