DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Fire Mishap At Night Club In Thailand: থাইলেণ্ডৰ নৈশ ক্লাৱত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত নিহত কমেও ১৩ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2022 2:57 pm
81
VIEWS
Share on FacebookShare on Twitter

Fire Mishap At Night Club In Thailand থাইলেণ্ডৰ এটা নৈশ ক্লাবত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত কমেও ১৩ জন লোক নিহত হয় আৰু আন ৩৫ জন আহত হৈছে। বৃহস্পতিবাৰে মাজনিশা বেংককৰ দক্ষিণ-পূবৰ নৈশ ক্লাবত ঘটনাটো সংঘটিত হয়।

বাতৰি অনুসৰি, ৰাজধানী বেংককৰ দক্ষিণ-পূবত থাইলেণ্ডৰ চোনবুৰি প্ৰদেশৰ এটা নৈশ ক্লাবত বৃহস্পতিবাৰে ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।

লগতে পঢ়ক: Love in the time of War: দেশত চলিছে যুদ্ধ; ভাৰতলৈ আহি বিবাহপাশত আৱদ্ধ হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰেমিক যুগল

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে এই ঘটনাত ১৩ জন লোক নিহত  আৰু ৩৫ জন লোক আহত হয়।

নৈশ ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত নিহত সকলোৱে থাই নাগৰিক বুলি কোৱা হৈছে।

লগতে পঢ়ক: Monkeypox: মাঙ্কিপক্সৰ মাৰাত্মক সংক্ৰমণ! ৰাজহুৱা স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা আমেৰিকাৰ

ইপিনে, বেংকক পোষ্টৰ মতে এই অগ্নিকাণ্ডত নিহত ১৩ জন লোকৰ ভিতৰত  ৯ জন পুৰুষ আৰু ৪ গৰাকী মহিলা। আন ৪১ জন লোক আহত হৈছে।

Recent News

Boris Johnson Putin

বৰিছ জনছনৰ বিস্ফোৰণ! মিনিটৰ ভিতৰতে মিছাইল আক্ৰমণেৰে হত্যাৰ ভাবুকি দিছিল পুটিনে!

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd