• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Monkeypox: মাঙ্কিপক্সৰ মাৰাত্মক সংক্ৰমণ! ৰাজহুৱা স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2022 10:19 am
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Monkeypox a public health emergency মাঙ্কিপক্সৰ সংক্ৰমণ ক্ৰমে অধিক বিয়পি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনকে ধৰি বিশ্বৰ বহুতো দেশ এই সংক্ৰমণকলৈ গভীৰভাৱে উদ্বিগ্ন। ৰোগটোৰ সংক্ৰমণ আৰু বিপদৰ কথা বিবেচনা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই বৃহস্পতিবাৰে মাঙ্কিপক্সক এক স্বাস্থ্য জৰুৰী অৱস্থা বুলি ঘোষণা কৰে।

এনে পৰিস্থিতিত দেশখনৰ চৰকাৰে ৰোগটোৰ বিৰুদ্ধে যুঁজিবলৈ পৃথক পুঁজি আৱণ্টন কৰাৰ লগতে অতিৰিক্ত কৰ্মচাৰী নিয়োজিত কৰাৰ সম্ভাৱনা আছে।

আন্তৰ্জাতিক পৰ্যায়ৰ বিভিন্ন গৱেষণামূলক সমীক্ষাত কোৱা হৈছে যে দেশ-অনুসৰি ৰোগটোৰ নতুন লক্ষণ ধৰা পৰিছে।

Apply Now

লগতে পঢ়ক: Brittney Griner: আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক ৯ বছৰৰ কাৰাদণ্ড বিহিলে ৰাছিয়াৰ আদালতে

তাৰমাজতে আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱাৰ সচিব জেভিয়াৰ বেচেৰাই এক বিবৃতিত কয়, “আমি এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ পৰৱৰ্তী পদক্ষেপ ল’বলৈ সাজু, আৰু আমি আমেৰিকানসকলক মাঙ্কিপক্সক গুৰুত্বসহকাৰে ল’বলৈ অনুৰোধ জনাইছো। লগতে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ আহ্বান জনাইছো”।

প্ৰাথমিকভাৱে ৯০ দিনৰ বাবে কাৰ্যকৰী হোৱা এই নিৰ্দেশ পিছত নৱীকৰণ কৰা হ’ব পাৰে। বৃহস্পতিবাৰে দেশখনত মাঙ্কিপক্সত আক্ৰান্তৰ সংখ্যা ৬,৫০০টা অতিক্ৰম কৰিছে।ইয়াৰ ভিতৰত এক চতুৰ্থাংশ আক্ৰান্তই নিউয়ৰ্ক চহৰৰ।

বিশেষজ্ঞসকলে অনুমান কৰে যে আক্ৰান্তৰ প্ৰকৃত সংখ্যা বহুত বেছি হ’ব পাৰে কিয়নো কিছুমানৰ বাবে লক্ষণবোৰ অতি সাধাৰণ হিচাপে ধৰা দিবপাৰে।

লগতে পঢ়ক: 5G আহিলে অচল হৈ পৰিব নেকি আপোনাৰ 4G স্মাৰ্টফোন?

আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়ালৈকে প্ৰায় ৬০০,০০০ JYNNEOS ভেকচিন সৰবৰাহ কৰিছে যিবোৰ মূলতঃ মাঙ্কিপক্স সম্পৰ্কীয় ভাইৰাছ সৰু বসন্তৰ  বিৰুদ্ধে প্ৰস্তুত কৰা হৈছিল। কিন্তু সেয়া যথেষ্ট নহয় কিয়নো আনুমানিক ১.৬ নিযুত লোক এই ৰোগৰ আশংকাত ভূগি আছে আৰু তেওঁলোকক ভেকচিনৰ আটাইতকৈ বেছি প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

October 19, 2026 7:38 am
‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd