DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Brittney Griner: আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক ৯ বছৰৰ কাৰাদণ্ড বিহিলে ৰাছিয়াৰ আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2022 8:03 am
ব্রিটনি গ্রিনাৰ।

ব্রিটনি গ্রিনাৰ।

133
VIEWS
Share on FacebookShare on Twitter

Russian court sentences US basketball star Brittney Griner ৰাছিয়াত গ্ৰেপ্তাৰ হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাস্কেটবল খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক আদালতে ৯ বছৰৰ কাৰাদণ্ড বিহিছে। তেওঁক লগতে ১০ লাখ ৰুবল (প্ৰায় ১৪ কোটি টকা) জৰিমনাও কৰা হৈছে।

ব্ৰিটনি গ্ৰিনাৰক যোৱা ১৭ ফেব্ৰুৱাৰীত মস্কোৰ শ্বেৰেমিটিভো বিমানবন্দৰত আটক কৰা হৈছিল। ৰাছিয়ান কৰ্তৃপক্ষই জনাইছিল যে তেওঁৰ লাগেজত মাৰিজুয়ানা তেল পোৱা গৈছিল।

আদালতলৈ যোৱাৰ সময়ত ব্ৰিটনি গ্ৰিনাৰ।

ৰাছিয়াৰ এখন আদালতে বৃহস্পতিবাৰে দীঘলীয়া বিচাৰৰ পিছত তেওঁক ৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

ব্ৰিটনি গ্ৰিনাৰ এগৰাকী সফল মহিলা বাস্কেটবল খেলুৱৈ। দুবাৰৰ অলিম্পিক চেম্পিয়নগৰাকীয়ে ছিজনৰ বাহিৰৰ সময়ছোৱাত ৰাছিয়াৰ হৈ খেলে।

লগতে পঢ়ক: China fires missiles near Taiwan: যুদ্ধৰ দামামা! টাইৱানৰ জলসীমাত ক্ষেপণাস্ত্ৰ নিক্ষেপ চীনৰ

ৰাছিয়াৰ জিম্মাত বন্দী হৈ থকাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাস্কেটবল তাৰকা ব্ৰিটনি গ্ৰিনাৰে শেহতীয়াকৈ ৰাষ্ট্ৰপতি জো বিডেনলৈ সহায় বিচাৰি পত্ৰ দিছিল। আমেৰিকাই তেতিয়া ৰাছিয়াৰ সৈতে বন্দী প্ৰত্যৰ্পণৰ প্ৰস্তাৱ দিছিল। 

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd