• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ এনকাউণ্টাৰ: হাজোত অভিযুক্তক এনকাউণ্টাৰত হত্যা অসম আৰক্ষীৰ

মে’ মাহৰ পৰা ৰাজ্যত ২৭ জনক এনকাউণ্টাৰত হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 5:16 pm
Encounter in Assam
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যুৰ বিষয়ত ৰাজ্য তোলপাৰ লাগি থকাৰ মুহূৰ্ততে আন এটা এনকাউণ্টাৰৰ কথা পোহৰলৈ আহিছে।

মঙলবাৰে কামৰূপ জিলাৰ হাজোত অসম আৰক্ষীয়ে অপহৰণ আৰু হত্যাৰ অভিযোগত অভিযুক্তক গুলীয়াই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে।

Apply Now

এই সন্দৰ্ভত এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি হাজোৰ খোপনিকুচি গাঁৱৰ বাসিন্দা চাফিকুল আলীৰ অপহৰণ আৰু হত্যাত জড়িত অভিযুক্তল অনুসন্ধান চলাই থকা হৈছিল।

নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দলে অভিযুক্তক গ্ৰেপ্তাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহলৈ গৈছিল আৰু তেতিয়াই অভিযুক্তজনে আৰক্ষীৰ দলটোক লক্ষ্য কৰি গুলীচালনা কৰিছিল বুলি আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়াজনে লগতে দাবী কৰে যে অভিযুক্তজনৰ গুলীচালনাৰ বাবে আৰক্ষীয়েও গুলী চলাবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত তেওঁ আহত হয়।

ততাতৈয়াকৈ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুবৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ব্যক্তি জনৰ ওচৰত এটা .৩২ পিষ্টল আৰু চাৰিটা সজীৱ কাৰ্ট্ৰিজ পোৱা গৈছিল লগতে আৰক্ষীয়ে সদৰী কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহৰ পৰা অসম আৰক্ষীৰ গুলীচালনাত কমেও ২৭ জন লোক নিহত হৈছে।

আৰক্ষীয়ে দাবী কৰিছে যে অপৰাধীসকলে অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰা বা জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ বাবে গুলীবৰ্ষণ ৰখা হৈছে।

কিন্তু বিৰোধী তথা সচেতন ৰাইজে এইয়া আৰক্ষীয়ে আইন হাতত তুলি লোৱা বুলি অভিযোগ কৰিছে। তেওঁলোকে দাবী কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসম আৰক্ষী মুকলি হত্যাত লিপ্ত হৈছে। ই ৰাজ্যৰ পৰা আইনৰ শাসন অভিধাটোকে নাকচ কৰিব বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীয়ে কাম কৰাৰ পেটাৰ্ণ সলনি কৰিব বুলি সকীয়নি দিছিল। তাৰ পিছৰে পৰা অভিযুক্তৰ এনকাউণ্টাৰ এটা গতানুগতিক ট্ৰেণ্ড হৈ পৰিছে অসমত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd