• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাইল্ডকেয়াৰ চেণ্টাৰত প্ৰাক্তন আৰক্ষী কৰ্মীৰ নিৰ্বিচাৰ গুলীচালনা; ২২ টি শিশুসহ নিহত ৩৪ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2022 3:27 pm
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়াবহ এক শিহৰণকাৰী ঘটনা! এজন প্ৰাক্তন আৰক্ষী কৰ্মীয়ে উত্তৰ-পূব থাইলেণ্ডৰ এটা শিশু সেৱা  কেন্দ্ৰত (চাইল্ডকেয়াৰ চেন্টাৰ) প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। এই ঘটনাত এতিয়ালৈকে ঘটনাটোত ৩৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃতসকলৰ ভিতৰত ২২ টি শিশু আৰু শিশু সেৱা  কেন্দ্ৰটোৰ ১৪ জন কৰ্মচাৰী আছিল।

স্থানীয় আৰক্ষী সূত্ৰই জনোৱা অনুসৰি আক্ৰমণকাৰীজনক এজন প্ৰাক্তন আৰক্ষী পানায়া কামৰাব বুলি চিনাক্ত কৰা হৈছে। গুলীচালনাৰ পিছত তেওঁ এখন বগা পিকআপ ভেনত পলাই গৈছিল।

ইপিনে, থাই সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি ঘৰলৈ উভতি অহাৰ পিছত হত্যাকাৰী আৰক্ষীজনে তেওঁৰ পত্নী আৰু সন্তানক হত্যা কৰি আত্মহত্যা কৰে।

Apply Now
হত্যাকাৰী প্ৰাক্তন আৰক্ষী কৰ্মী পানায়া কামৰাব।

থাইলেণ্ড আৰক্ষীয়ে কয় যে ঘটনাটো নং বুৱা লাম্পুৰ এটা শিশু সেৱা  কেন্দ্ৰত সংঘটিত হৈছিল। মধ্যাহ্নভোজনৰ সময়ত আক্ৰমণকাৰীজনে শিশু সেৱা  কেন্দ্ৰত প্ৰৱেশ কৰিছিল আৰু নিৰ্বিচাৰভাৱে গুলীচালনা কৰে।

এনে আক্ৰমণ কিয় সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু অতি শিহৰণকাৰী কথাটো হ’ল যে গুলীয়াই হত্যা কৰাৰ পিছত তেওঁ মৃত্যু নিশ্চিত কৰিবলৈ শিশুসকলক চুৰিৰে আঘাত কৰিছিল।

সূত্ৰসমূহৰ মতে আক্ৰমণকাৰীজনে শিশু সেৱা কেন্দ্ৰটোত প্ৰৱেশ কৰি প্ৰথমে এজন শিক্ষকসহ পাঁচজনক গুলীয়ায়। এগৰাকী শিক্ষয়িত্ৰীয়ে কয়, “প্ৰথমতে এনে লাগিছিল যে কোনো ফটকা ফুটি আছে। পিছত মই আক্ৰমণকাৰীজনক বন্দুকৰ সৈতে দেখিলো।‘’

লক্ষ্যনীয় বিষয়টো হ’ল যে থাইলেণ্ডত সাধাৰণ লোকৰ অবৈধ বন্দুক ৰখাৰ হাৰ অঞ্চলটোৰ আন দেশতকৈ বহু বেছি। কাৰণ থাইলেণ্ডত অস্ত্ৰৰ চোৰাং সৰবৰাহ  এটা অতি সহজ ঘটনা। কিন্তু দেশখনত পূৰ্বতে এনেধৰণৰ গণহত্যা বেছি হোৱা নাছিল। অৱশ্যে ২০২০ চনত এজন সেনা জোৱান গুলীচালনা কৰি ২০ জন লোকক হত্যা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd