• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমানৱীয়! বিজেপি শাসিত মধ্যপ্ৰদেশত দলঙৰ পৰা নদীত পেলাই দিয়া হ’ল ৫০টা গৰু, অধিকাংশৰে মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2024 7:43 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰু হত্যাৰ উৰাবাতৰিত য’ত সাধাৰণতে মানুহৰ হত্যা সংঘটিত হয় সেই বিজেপি শাসিত মধ্যপ্ৰদেশত ঘটিছে নৃশংস গৰু হত্যাৰ ঘটনা। ৰে’লৰ দলঙৰ পৰা কমেও ৫০টা গৰু পেলাই দিয়া হয়। এই অত্যন্ত অমানৱীয় ঘটনাত ১৫ৰ পৰা ২০টা গৰুৰ মৃত্যু হয়। চৰম বৰ্বৰতাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰে।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে মধ্যপ্ৰদেশৰ সাতনা নদীত এজাক গৰু ভাহি গৈছে। তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে মঙলবাৰে সন্ধিয়া বামহোৰৰ সমীপৰ ৰে’ল দলঙৰ পৰা গৰু কেইটা নদীত পেলাই দিয়া হৈছিল। কমেও ৫০টা গৰু পেলাই দিয়া হয় আৰু ইয়াৰে ১৫ৰ পৰা ২০টা গৰু মৃত্যুমুখত পৰে।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্য মঞ্চৰ

Apply Now

ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হ’ল বেটা বাগৰি, ৰবি বাগৰি, ৰামপাল চৌধুৰী আৰু ৰাজলু চৌধুৰী। এই ৪ জন লোকৰ বাহিৰে আন কোনো লোক জড়িত আছে নে নাই তাৰ তদন্ত চলি আছে। নদীত উটি যোৱা কিছু গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, এই ঘটনাৰ লগত জড়িত লোকৰ সন্ধান আৰম্ভ হৈছে। ইতিমধ্যে ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আমি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। কিমান গৰু পেলাই দিয়া হ’ল, সেই সংখ্যা আমাৰ বাবে এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু অনুমান কৰা হৈছে যে কমেও ৫০ টা গৰু আছিল। ইয়াৰে কিছুমান উদ্ধাৰ হৈছে যদিও অধিকাংশ গৰু সন্ধানহীন।

सोशल मीडिया के द्वारा प्रकरण संज्ञान में आते ही मामले में थाना नागोद में अपराध क्रमांक 535/24 धारा 325, 3(5) भारतीय न्याय संहिता (बी एन एस), 4/9 म.प्र. गौ-वंश वध प्रतिषेध अधिनियम 2004 का अपराध आरोपियों के विरुद्ध पंजीबद्ध कर कार्यवाही जारी है। @CMMadhyaPradesh @DGP_MP @IG_Rewa https://t.co/2jIn9tqy0M

— SP_SATNA (@satna_sp) August 28, 2024

উল্লেখ্য যে মধ্যপ্ৰদেশ গোবলয়ৰ অন্যতম প্ৰধান ৰাজ্য হিচাপে পৰিচিত হৈছে। বিজেপি শাসিত ৰাজ্যখনত গো-বধ আৰু গো-সম্পৰ্কীয় হিংসাৰ বিৰুদ্ধে আছে কঠোৰ আইন। এই ৰাজ্যত গো সৰবৰাহৰ সন্দেহত গণপ্ৰহাৰ আৰু নৃশংস হত্যাৰ একাধিক ঘটনা সংঘটিত হৈছে। তাতেই এইবা ইমানবোৰ গৰু নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই তোলপাৰ লগাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd