• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিকট বিতৰণক কেন্দ্ৰ কৰি প্ৰচণ্ড ঠেলা হেঁচা; তিৰুপতি মন্দিৰত পদপিষ্ট হৈ কমেও ৬ জন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2025 9:52 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিকট বিতৰণক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল প্ৰচণ্ড ঠেলা হেঁচা। তিৰুপতি মন্দিৰত পদপিষ্ট হৈ কমেও ৬ জন লোক নিহত হয়। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই ঘটনাত বহু লোক আহত হয়। আহত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। আহতসকলক লগ কৰিবলৈ বৃহস্পতিবাৰে তিৰুপতিলৈ যোৱাৰ কথা।

Apply Now

বৈকুণ্ঠ একাদশীত তীৰ্থযাত্ৰীসকলে বৈকুণ্ঠ দ্বাৰ ভ্ৰমণৰ সুযোগ পায়। তিৰুপতি মন্দিৰৰ বৈকুণ্ঠদ্বাৰ দৰ্শনৰ বাবে আগতীয়াকৈ টিকট ক্ৰয় কৰিব লাগে। বুধবাৰে পুৱাৰে পৰা বহু লোকে টিকট সংগ্ৰহ কৰিবলৈ সমবেত হ’বলৈ ধৰে। সন্ধিয়া টিকট চেণ্টাৰৰ সন্মুখত কমেও চাৰি হাজাৰ লোকৰ ভিৰ হয়।

বৈৰাগী পট্টিটা পাৰ্কত টোকেন বিতৰণৰ সময়ত বিশৃংখলাৰ সৃষ্টি হয়। টোকেনবোৰ লোৱাৰ বাহে হেতাওপৰা আৰম্ভ হয়। বাতৰি অনুসৰি, পদপিষ্ট হৈ এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নাইডুৱে। তেওঁৰ নিৰ্দেশত যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ হয়। পদপিষ্ট হৈ বহু লোক আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি শ্ৰী ভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুইয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তিৰুপতী ভ্ৰমণ কৰাৰ কথা। তেওঁ আহতসকলৰ সৈতেও সাক্ষাৎ কৰিব পাৰে। এই ঘটনাত আতংকিত হৈ পৰিছে তীৰ্থযাত্ৰীসকল। সম্প্ৰতি আপোনজনক হেৰুৱাৰ বিননিত শোকাকুল মন্দিৰ চৌহদ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd