• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱবৰ্ষৰ এটা ক’লা দিন; নাইজাৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত প্ৰায় ৭৯জন লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2021 12:59 pm

1 min read

niger file

নাইজাৰৰ ফাইল ফটো: সংগৃহিত।

190
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকাৰ নাইজাৰত দুখন গাঁৱত শনিবাৰে সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত প্ৰায় ৭৯জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

দেওবাৰে আন্তৰ্জাতিক বাতৰি সংস্থাসমূহে এই বাতৰি প্ৰকাশ কৰিছে।

নৱবৰ্ষত আফ্ৰিকাৰ এই দেশখন এক ক’লা দিনৰ সাক্ষী হৈ পৰিল।

মালিৰ সৈতে নাইজাৰৰ পশ্চিমাঞ্চলৰ সীমান্তত সংঘটিত এই আক্ৰমণৰ ঘটনাত আন কমেও ১৭জন লোক আহত হোৱাৰ কথাও সদৰী কৰা হৈছে।

নাইজাৰত বৰ্তমান জনগোষ্ঠীসমূহে সশস্ত্ৰ আক্ৰমণ চলাই আহিছে। শনিবাৰে ফ্ৰান্সে জানিবলৈ দিয়া মতে মালিত দেশখনৰ দুজন সেনা নিহত হৈছে।

ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অল কায়দাৰ সৈতে জড়িত থকা এটা গোটে ফ্ৰান্সৰ সৈনিকৰ হত্যাৰ আঁৰত থকা বুলি ঘোষণা কৰিছিল।

ফ্ৰান্সে পশ্চিম আফ্ৰিকা আৰু য়ুৰোপীয় মিত্ৰৰ সৈতে ছালেহত ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জোঁট বান্ধিছে।

কিন্তু অঞ্চলটোত জনগোষ্ঠীয় সংঘাত, মানৱ সৰবৰাহ তথা ড্ৰাগছ সৰবৰাহৰ ঘটনাই ব্যাপকভাৱে প্ৰভাৱিত কৰিছে।

শনিবাৰে আক্ৰমণৰ ঘটনাৰ পাছতে ফ্ৰান্সে আক্ৰান্ত অঞ্চলটোলৈ সেনা প্ৰেৰণ কৰিছে। গাওঁ দুখনত কিমান লোক এই আক্ৰমণটোত হতাহত হৈছে তাৰ প্ৰকৃত তথ্য এতিয়াও পোহৰলৈ অহা নাই।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd