• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰাসাৰ বৰষুণত শিমলাত ভাঙি পৰিল শিৱ মন্দিৰ; কমেও ৯ জনৰ মৃত্যু, আৱদ্ধ বহু ভক্ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 14, 2023 1:34 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল এটা শিৱ মন্দিৰ। সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ জনপ্ৰিয় পৰ্যটনস্থলী শিমলাৰ এটা মন্দিৰ ভাঙি পৰে। মন্দিৰৰ তলত চেপা খাই পৰি কমেও ৯ জন লোকৰ মৃত্যু হয়। এতিয়াও ভিতৰত কমেও ১২ জন লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে আৰু ঘটনাস্থলীতল গৈ উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু।

জানিব পৰা মতে, শ্ৰৱণ মাহৰ সোমবাৰে শিৱলিংগৰ মূৰত পানী ঢালিবলৈ শিমলাৰ ছামাৰ হিলছৰ শিৱ মন্দিৰত ভক্তসকলে ভিৰ কৰে। দুৰ্ঘটনাৰ সময়ত কমেও ৫০ জন ভক্ত উপস্থিত থকা বুলি জানিব পৰা গৈছে। হঠাৎ মন্দিৰটো ভাঙি পৰে। পূজা কৰিবলৈ মন্দিৰত প্ৰৱেশ কৰা সকল ধ্বংসাৱশেষৰ তলত চেপা খাই পৰিল। এই মন্দিৰটো অতি প্ৰচীন বুলি জনা যায়।

Apply Now

লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা গঁড়ৰ ‘চোৰাংচিকাৰী’ক চিৰাঙত গুলীয়াই হত্যা

মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে মন্দিৰৰ ভিতৰৰ পৰা এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন কমেও ১২ জন লোক আৱদ্ধ হৈ আছে। স্থানীয় প্ৰশাসনৰ মতে ইতিমধ্যে উদ্ধাৰৰ কাম চলোৱা হৈছে। আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।

মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে টুইট কৰি কয়, ‘শিমলাৰ পৰা আহিছে এক আতংকজনক খবৰ। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ছামাৰ হিলছৰ এটা শিৱ মন্দিৰ ভাঙি পৰে। এই পৰ্যন্ত উদ্ধাৰ হৈছে ৯ টা মৃতদেহ। স্থানীয় প্ৰশাসনে ধ্বংসাৱশেষ আঁতৰাই ভিতৰত আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলাইছে।”

লগতে পঢ়ক: Independence Day 2023: জাতীয় পতাকাৰ প্ৰথম ৰূপ কেনেকুৱা আছিল? কেনেকৈ আহিল এই ৰূপ? জানি লওক ইতিহাস

হিমাচল প্ৰদেশত বিগত ৪৮ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি আছে। ফলত বিপাশা নদীৰ জলপৃষ্ঠই বিপদসীমাত উপনীত হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত কেইবাঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বন্ধ হৈ আছে ৪৫০ টাতকৈও অধিক পথ। ইফালে, দেওবাৰে নিশা হিমাচল প্ৰদেশৰ সোলানত ক্লাউড বাৰ্ষ্টৰ  বৰষুণৰ ফলত হোৱা বানত কমেও ৭ জন লোকৰ মৃত্যু হৈছে।

বতৰ বিজ্ঞান বিভাগে ১৭ আগষ্টলৈকে বজ্ৰপাত, ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস সদৰী কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd