• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা; ৫ জনৰ মৃত্যু, বহু হতাহতৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2024 8:07 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত পুনৰ চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হৈছে। ঢাকা অভিমুখী বেনাপোল এক্সপ্ৰেছৰ কেইটামান ডবাত অগ্নিকাণ্ড সংঘটিত হয়। শুকুৰবাৰে নিশা গোপী বাগৰ কাঁচা বাজাৰৰ সন্মুখত কমলাপুৰ ষ্টেচনত প্ৰৱেশ কৰাৰ অলপ আগতে সংঘটিত হয় এই ঘটনা। বাতৰি অনুসৰি ৫ জন লোকৰ মৃত্যু হৈছে। বহু প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিছে।

বাংলাদেশ ৰে’লৱেৰ সূত্ৰ অনুসৰি বেনাপোলৰ পৰা যাত্ৰী লৈ ঢাকা অভিমুখে আহি আছিল বেনাপোল এক্সপ্ৰেছ। নিশা প্ৰায় ৯:০৫ বজাত গোপী বাগ অঞ্চলত চলন্ত ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয়। মুঠ ৩টা কম্পাৰ্টমেণ্টত অগ্নিকাণ্ড ঘটে। ইয়াৰ পিছতে চালকজনে ৰে’লখন মাজভাগত ৰখাই দিয়ে আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষীৰ মতে, চলন্ত ৰে’লৰ ডবাত অচিনাক্ত ব্যক্তিয়ে জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰথম অৱস্থাত ইয়াক কূটাঘাতমূলক ঘটনা বুলি ধাৰণা কৰা হৈছে।

Apply Now

প্ৰথমতে স্থানীয় ৰাইজে ৰে’লখনত পানী ছটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে ৭ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত গৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে।

বাতৰি অনুসৰি, ৫টা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে আৰক্ষী আৰু ৰে’ল বিভাগৰ বিষয়াসকলে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে।

উল্লেখ্য যে বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমাগত। তাৰ আগতে ইটোৰ পিছত সিটো কূটাঘাতমূলক ঘটনাৰ বাবেই সমগ্ৰ দেশখন উত্তপ্ত হৈ পৰিছে। যোৱা মাহত ঢাকালৈ যোৱা মহনগঞ্জ এক্সপ্ৰেছত অগ্নিসংযোগ কৰা হৈছিল। সেই ঘটনাত শিশুসহ কমেও ৪ জন লোকৰ মৃত্যু হয়। তাৰপাছত পুনৰ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am
সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd