• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বিৰোধিতা : আৰক্ষীৰ গুলিত নিহত ৫জনকৈ প্ৰতিবাদী, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 3:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণক লৈ দেশখন প্ৰতিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।

বাতৰি অনুযায়ী কমেও পাঁচজন প্ৰতিবাদী আৰক্ষীৰ গুলিত নিহত হৈছে।

Apply Now

আনহাতে কেইবাজনো প্ৰতিবাদী গুৰুত্তৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

মূলতঃ দেশখনৰ পূব প্ৰান্তৰত সংঘটিত এই প্ৰতিবাদত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক দমন কাৰ্য অব্যাহত ৰাখিছে।

ব্ৰাহ্মণবৰীয়া জিলাত শ শ ছাত্ৰই শনিবাৰে আৰক্ষী আৰু সীমান্তসুৰক্ষা বাহিনীৰ স’তে হতাহতিত লিপ্ত হয়।

আৰক্ষীয়ে জনোৱামতে, হিংসাত্মক পৰিস্থিতি শাম কাটিবৰ বাবে তেওঁলোকে গোলাবৰ্ষণ কৰিবলগা হৈছে।

আৰক্ষীৰ গুলিত নিহত হোৱা লোককেইজনৰ নামসমূহ স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ মুকলি কৰা নাই।

আনহাতে বাংলাদেশী আৰক্ষী বিভাগে প্ৰতিবাদীসকলৰ মৃত্যুক লৈ এতিয়ালৈকে একো কোৱা নাই।

শুকুৰবাৰে ৰাজধানী ঢাকাত আৰম্ভ হোৱা হিংসাত্মক প্ৰতিবাদে লগে লগে কেইবাখনো জিলালৈ বিয়পি পৰে।

প্ৰতিবাদীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতত সংখ্যালঘু মুছলিমসকলক অত্যাচাৰ কৰা হৈছে বুলি অভিযোগ কৰিছে।

শুকুৰবাৰে ‘হেফাজত-ই-ইছলাম’ নামৰ সংগঠনটোৰ চাৰিজনকৈ প্ৰতিবাদকাৰী আৰক্ষীৰ গুলিত নিহত হয়।

অভিযোগ অনুসৰি প্ৰতিবাদীসকলে চিটাগং চহৰৰ এখন আৰক্ষী থানা আক্ৰমণ কৰিবৈল গৈছিল।

শুকুৰবাৰেও চহৰখনত উক্ত সংগঠনটোৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

সংগঠনটোৱে দেওবাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে।

আনহাতে, মানৱ অধিকাৰ সংস্থা ‘এমনেষ্টী ইণ্টাৰনেচনেল’-য়েও চিটাগঙত আৰক্ষীয়ে লোৱা ব্যৱস্থাক সমালোচনা কৰিছে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ঢাকাত শুকুৰবাৰে ভৰি থৈছিল।

কৰোণা ভাইৰাছ মহামাৰীৰ পাছত তেওঁৰ এইটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ।

বাংলাদেশৰ ৫০তম স্বাধিনতা বাৰ্ষিকী উপলক্ষে মোদীয়ে বাংলাদেশ ভ্ৰমণ কৰিছে।

মোদীৰ ভ্ৰমণ উপলক্ষে হোৱা প্ৰতিবাদলৈ লক্ষ্য কৰি বাংলাদেশ চৰকাৰে ইণ্টাৰনেটো বন্ধ ৰাখিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd