• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বায়ুসেনাৰ অনুশীলন চাবলৈ গৈ বিষম পৰিণতি! কমেও পাঁচজনৰ মৃত্যু, ২০০ৰো অধিক অসুস্থ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2024 10:59 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ুসেনাৰ ৯২ বছৰীয়া জয়ন্তী উপলক্ষে দেওবাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই অনুশীলন চাবলৈ গৈ কেইবাজনো লোকৰ মৃত্যু হৈছিল। ২০০ৰো অধিকলোক অসুস্থ হৈ পৰিছে! চেন্নাইত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, অতিমাত্ৰা ভিৰৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

তামিলনাডুত এতিয়া গৰম। এই সময়তে ‘লিমকা বুক অৱ ৰেকৰ্ড’ বনোৱাৰ লক্ষ্যৰে প্ৰায় ১৬ লাখ লোকৰ সমাৱেশ ঘটোৱা হৈছিল! ফলত অতিমাত্ৰা ভিৰ আৰু গৰমৰ  ফলত কমেও ৫ জন লোকৰ মৃত্যু হৈছে আৰু ২৩০ জন অসুস্থ হৈছে। আৰক্ষীয়ে জনোৱা মতে, নিহত আটাইকেইজন ৰাজ্যখনৰ বাসিন্দা। অৱশ্যে তাত বহু পৰ্যটকো উপস্থিত আছিল। কিন্তু কিয় ইমান অতিমাত্ৰা ভিৰ হৈছিল?

লগতে পঢ়কঃ বিজেপি শাসিত ত্ৰিপুৰাত দুই ফৈদৰ মাজত ৰক্তাক্ত সংঘৰ্ষ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

Apply Now

পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হোৱাৰ কথা আছিল এই অনুষ্ঠান। কিন্তু ‘ভাল ঠাই’ পোৱাৰ আশাত ৰাতিপুৱা ৭-৮ বজাৰ পৰা মানুহ আহিবলৈ ধৰিলে। তাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰম আৰু ভিৰৰ চাপত কেইজনমান লোকৰ মৃত্যু হয়। বাকীসকল গুৰুতৰভাৱে অসুস্থ।

মূল অনুষ্ঠানৰ স্থানৰ উপৰিও মেৰিনা বিচকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত জনসমাগম হয়। ফলত যান-জঁটৰো সৃষ্টি হয়। যাৰ বাবে ৰোগীক সোনকালে চিকিৎসালয়লৈ নিব পৰা হোৱা নাছিল। ইয়াৰ বাবেই কেবাজনৰো মৃত্যু হয়।

অনুষ্ঠানত উপস্থিত কেইবাজনো লোকে পিছত এই কাণ্ডৰ বাবে আৰক্ষী আৰু আয়োজক কৰ্তৃপক্ষক দোষাৰোপ কৰে। পথৰ কাষৰ সকলো দোকান আঁতৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ কাৰণে কোনোবাই যদি অসুস্থ অনুভৱ কৰে, খোৱাটো দূৰৰ কথা, আনকি পানীও পোৱা নাযায়। তদুপৰি যান-জঁটৰ বাবে বহুতক সময়মতে চিকিৎসালয়লৈ নিব পৰা নাছিল।

লগতে পঢ়কঃ ৫০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ! অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক চমন দিল্লী আৰক্ষীৰ

তামিলনাডু চৰকাৰী স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি বহু লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও বহু লোকক প্ৰাথমিক চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হয়। আৰক্ষীয়ে অৱশ্যে এই অনুষ্ঠানৰ আয়োজনত কোনো প্ৰশাসনিক ভুল হোৱা নাছিল বুলি কয়। গৰমত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থকাৰ বাবেই বহুতে অসুস্থ হৈ পৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd