• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান নিৰ্মাণৰ দিশে ভাৰত, ৰাফেলতকৈয়ো হ’ব বহু বেছি শক্তিশালী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 7, 2020 2:43 pm

1 min read

a aircraft
507
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা গৱেষণাৰ দিশত ভাৰত আন বহু ৰাষ্ট্ৰ সমানে সমানে আগুৱাই যাবলৈ সক্ষম হৈছে।

ভাৰতে সামৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা হেলিকপ্তাৰ ঘৰুৱা ভাবে প্ৰস্তুত কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ আদিও নিজা উদ্যোগত উৎপাদন কৰিবলৈ সক্ষম হৈছে।

এইবাৰ ভাৰতে নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হৈছে পঞ্চম প্ৰজন্মৰ অতি শক্তিশালী বিমান।

ভাৰতে শেহতীয়াকৈ ফ্ৰান্সৰ পৰা অনা ৰাফেল বিমানতকৈয়ো এই বিমান হ’ব বেছি শক্তিশালী।

কাৰণ ৰাফেল বিমান হৈছে ৪.৫ প্ৰজন্মৰ বিমান । ইয়াৰ বিপৰীতে ভাৰতে নিৰ্মাণ কৰিবলৈ ওলোৱা যুদ্ধ বিমান খন হ’ব পঞ্চম প্ৰজন্মৰ বিমান।

এতিয়ালৈকে জাপান,আমেৰিকা আৰু ৰাছিয়াৰহে এনে বিমান আছে।

ভাৰতে নিৰ্মাণ কৰিবলৈ ওলোৱা পঞ্চম প্ৰজন্মৰ বিমানৰ আৰ্হি প্ৰস্তুত কৰিছে এৰ’নটিকেল ডেভেলপমেণ্টএজেন্সী আৰু এয়াৰ ক্ৰাফট ৰিছাৰ্চ এণ্ড ডিজাইন চেণ্টাৰে।

বিমান খন সাজি উলিয়াব হিন্দুস্তান এৰ’নটিক্স লিমিটেডে।

২০২৯ চনত ভাৰতে সম্পূৰ্ণ নিজাকৈ পঞ্চম প্ৰজন্মৰ বিমান সাজি উলিয়াবলৈ সমৰ্থ হ’ব বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীৰ মতে আত্ম নিৰ্ভৰশীল ভাৰতৰ অধীনত ভাৰতে সামৰিক প্ৰযুক্তিকে ধৰি অন্যান্য ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীল হৈ থকাতকৈ নিজে সকলো উৎপাদন কৰাৰ বিষয়ত গুৰুত্ব দিছে।

ভাৰতৰ পঞ্চম প্ৰজন্মৰ বিমান মাল্টিৰোল হ’ব আৰু ইয়াৰ গতিবেগো হ’ব যথেষ্ট বেছি।

Recent News

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd