• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ নাহৰজান চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী; স্মাৰক পত্ৰ প্ৰদান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 26, 2020 11:19 am

1 min read

বোকাখাতৰ নাহৰজান চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী; স্মাৰক পত্ৰ প্ৰদান

ফটো : নৰ্থ-ইষ্ট নাও

2.7k
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ এখন সমস্যা বহুল চাহ বাগিছা হ’ল নাহৰজান চাহ বাগিছা৷ আজিও শিক্ষা, স্বাস্থ্য, বাসস্থান আৰু বিশুদ্ধ খোৱাপানীৰ সমস্যাৰে ভাৰাক্ৰান্ত এই বাগিচাখনৰ শ্ৰমিক সকল৷

এইবোৰ সমস্যাৰ পটভূমিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত উপ শাখা আৰু নাহৰজান চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উদ্যোগত আজি পুৱা নাহৰজান চাহ বাগিচাত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়৷

বাগিচাৰ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি, শ্ৰমিকক মাটিৰ পট্টা প্ৰদান, জনজাতিকৰণ কৰা আৰু চাহ বাগিচাৰ বিভিন্ন সমস্যাৰ শীঘ্ৰে সমাধান কৰাৰ দাবীত আজি পুৱা ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাই৷

ধৰ্ণাৰ শেষত ১৭ দফীয়া দাবী চনদেৰে এক স্মাৰক-পত্ৰ বাগিচাৰ পৰিচালক হৰিৎ চন্দ্ৰ তিৱাৰীৰ হাতত অৰ্পণ কৰে৷

ধৰ্ণা কাৰ্যসূচীত ছাত্ৰ সংগঠন আটচাৰ বোকাখাত শাখাৰ কাৰ্যকৰী সভাপতি টংকেশ্বৰ বৰাইক, কাৰ্যকৰী সদস্য বিকাশ নায়ক, নাহৰজান প্ৰাথমিক গোটৰ সভাপতি ৰবুল ক’ল, সম্পাদক অবিনাশ নাগৰ উপৰি নাহৰজান, টিপুজান আৰু বালিজান গোটৰ সদস্য সকলৰ লগতে  বাগিচাৰ শ্ৰমিক সকলেও অংশ গ্ৰহণ কৰে৷

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd