• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি জটিল পৰিস্থিতিত দলৰ দায়িত্ব মূৰ পাতি ল’ব লগা হৈছে এয়া ৰাইজে জানে : অগপ সভাপতি অতুল বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 17, 2020 6:04 pm
Atul Borah

সাধাৰণ পৰিষদৰ বৈঠকত অতুল বৰা

21.6k
VIEWS
Share on FacebookShare on Twitter

দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত এখন কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়।

সভাত সভাপতি অতুল বৰাৰ লগতে অসম যুৱ পৰিষদ আৰু মহিলা পৰিষদৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

সভাত সমাগত পৌৰ সভাৰ নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনৰ বাবে ভবিষ্যত কৰ্মপন্থাৰ লগতে কিদৰে অগপৰ ভেটি সুদৃঢ় কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়।

সভাত সভাপতিত্ব কৰি অতুল বৰাই অসমৰ ৮৪ টা সমষ্টিত অগপৰ শিপা আছে আৰু সেই শিপাক মজবুত কৰাৰ বাবে প্ৰতিটো সমষ্টিত ক্ষীপ্ৰতাৰে কাম কৰা হ’ব বুলি মত প্ৰকাশ কৰে।

বৰাই দলীয় প্ৰতিনিধি সকলক ৮৪ টা সমষ্টিত সাংগঠনিক ভেটি টনকিয়াল কৰাৰ উদ্দেশ্যে এই সভা আহ্বান কৰা হৈছে বুলি উল্লেখ কৰি কি জটিল পৰিস্থিতিত দলৰ দায়িত্ব মূৰ পাতি লব লগা হৈছে এয়া ৰাইজে জানে বুলি কয়।

আনহাতে, দলৰ বহু নেতা বেলেগ বেলেগ দলত গৈ আকৌ অগপলৈ ঘুৰি আহিছে কিন্তু এনে নিষ্টাবান কৰ্মীয়ো আছে যাৰ বাবে দলটি এতিয়াও অসমৰ মাতিত জীয়াই আছে বুলিও বৰাই লগতে কয়৷

‘‘নিষ্ঠাবান কৰ্মীসকলৰ বাবে মুকলি আকাশত উৰি আছে অগপৰ পতাকা তেখেত সকলৈ চ্যেলুট’’ অতুল বৰাই কয়।

অসমত অনুষ্ঠিত হোৱা সদ্য সমাপ্ত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভততো মন্তব্য প্ৰকাশ কৰে অতুল বৰাই৷

‘‘অসম উপকৃত হৈছে, বহুতে অসম নামৰ ৰাজ্য খনৰ কথা গম পাইছে,’’ অগপৰ সভাপতি গৰাকীয়ে লগতে কয়।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd