• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পোহৰলৈ আহিল পিএম-কেয়াৰ্ছৰ ‘অডিট ৰিপ’ৰ্ট’; এবছৰত সংগ্ৰহ ১১হাজাৰ কোটি, ক’ত কৰিলে খৰচ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 9:55 am
index-1.jpgaaa-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯অতিমাৰী আৰম্ভ হোৱাৰ সময়তে ২০২০ চনত গঠন কৰা পিএম কেয়াৰ্ছ ফাণ্ডত প্ৰথম বছৰতে ১১হাজাৰ কোটি টকা জমা হৈছিল। ২০২০চনৰ মাৰ্চ মাহৰ পৰা ২০২১চনৰ মাৰ্চ মাহলৈকে মুঠ ১০হাজাৰ ৯৯০কোটি টকা জমা হৈছিল এই পুঁজিত।

সোমবাৰে এই পুঁজিৰ ৱেবছাইটত প’ষ্ট কৰা অডিট ষ্টেটমেন্টত এই তথ্যসমূহ দাঙি ধৰা হৈছে।

তথ্য মতে এই পুঁজিৰ পৰা ৩৯৬৭কোটি টকা অৰ্থাৎ মুঠ পুঁজিৰ ৩৬.১৭ শতাংশ বিভিন্ন সাহায্য তথা প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হৈছে।

Apply Now

কোভিড-১৯ অতিমাৰীৰ দৰে জৰুৰী পৰিস্থিতিত অনুদান সংগ্ৰহৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এই পুঁজি আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী পদত থকা নৰেন্দ্ৰ মোদীয়েই এই পুঁজিৰ চেয়াৰপাৰ্ছন।

লগতে পঢ়ক: সৰুপথাৰত গ্ৰেপ্তাৰ সন্দেহযুক্ত চোৰাং চিকাৰী

এই পুঁজিৰ সমস্ত ধন সম্পূৰ্ণৰূপে আয়কৰমুক্ত। ইয়াৰ মাজতে প্ৰকাশ পোৱা অডিট ৰিৰপ’ৰ্টত দেখুওৱা হৈছে যে গঠন কৰাৰ প্ৰথমটো বছৰৰ পাছত পুঁজিত ৭ হাজাৰ ১৪কোটি টকা অব্যৱহৃত হৈ পৰি আছিল।

আনহাতে, এই পুঁজিৰ পৰা খৰচ কৰা ধনৰ ভিতৰত আটাইতকৈ বেছি খৰচ কৰা হৈছে কোভিড ভেকচিনৰ ড’জ সংগ্ৰহত। ভেকচিন ক্ৰয়ৰ শিতানত খৰচ কৰা হৈছে ১৩৯২কোটি অৰ্থাৎ ৩৫শতাংশ ধন। এই টকাৰে কোভিড ভেকচিনৰ ৬৬মিলিয়ন ড’জ ক্ৰয় কৰা হৈছে।

সেইদৰে, মুঠ ১৩১১কোটি টকা অৰ্থাৎ ৩৩শতাংশ খৰচ কৰি ক্ৰয় কৰা হৈছে ‘মেড ইন ইণ্ডিয়া’ ভেন্টিলেটৰ’।

তদুপৰি, দেশবাসীৰ কল্যাণৰ নামত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ১০০০কোটি টকা বিতৰণ কৰা হৈছে।

লগতে পঢ়ক: বৰপেটাৰ বৰবিলাত পথ দুৰ্ঘটনাত মাতৃ-কন্যাৰ কৰুণ মৃত্যু

ষ্টেটমেন্ট অনুসৰি প্ৰেচাৰ ছুইং এবছৰ্পশ্যন মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লেন্ট ইনষ্টল কৰিবলৈ আন ২০১কোটি টকা এই পুঁজিৰ পৰা খৰচ কৰা হৈছিল। সেইদৰে, ৯খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ১৬টা আৰটি-পিচিআৰ টেষ্টিং লেব স্থাপনৰ লগতে মুজাফৰপুৰ আৰু পাটনাত দখন ৫০০ বিছনাযুক্ত অস্থয়ী কোভিড হাস্পাতাল স্থাপনত ৫০কোটি টকা খৰচ কৰা হৈছে।

আনহাতে, বায়’টেকন’লজি বিভাগৰ অধীনত দুখন স্বায়ত্তশাসিত ইনষ্টিটিউট লেবেৰটৰীক দিয়া হৈছিল ২০কোটি টকা।

লগতে পঢ়ক:পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ভূমিষ্ঠ হৈয়ে লপা-থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়নৰ নেৰ্তৃবৰ্গই

এই পুঁজিৰ ৱেবছাইটত আপলোড কৰা জমা-খৰচৰ হিচাপত পিএম-কেয়াৰ্ছৰ ফাণ্ডৰ সম্পৰ্কত এই তথ্যবোৰ পোৱা গৈছে।

Tags: COVID19PM CAREPM Modi
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd