• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ভূমিষ্ঠ হৈয়ে লপা-থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়নৰ নেৰ্তৃবৰ্গই

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
February 7, 2022 7:33 pm
Kokrajhar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰাই পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত আজি ভূমিষ্ঠ হৈয়ে লপা থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়ন নামৰ নৱগঠিত ছাত্ৰসংগঠনৰ নেৰ্তৃবৰ্গই।

পৃথক বড়ো ৰাজ্যৰ দাবীত আজি ভূমিষ্ঠ হৈয়ে সংগঠনটোৱে সংবাদমেল পাতোতেই অথন্তৰ লাগিল।

Apply Now

উল্লেখ্য যে, পৃথক বড়ো ৰাজ্যৰ দাবীত কোকৰাঝাৰত আজি ভূমিষ্ঠ হৈছিল বড়ো নেশ্যেনেল ষ্টুডেন্ট ইউনিয়ন(BODO NATIONAL STUDENT UNION ) নামৰ নতুন অৰাজনৈতিক সংগঠন৷

এই উপলক্ষে কোকৰাঝাৰ চহৰৰ ওমশ্ৰী হোটেলৰ দ্বিতীয় মহলাত সংবাদমেল দিছিল নৱগঠিত ছাত্ৰ সংগঠনটোৱে৷ সংবাদমেলতে হঠাৎ চলিল আক্ৰমণ৷

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত একাংশ যুৱকে সংবাদমেল চলি থাকোতে BODO NATIONAL STUDENT UNION মুৰ্দাবাদ, গ’ বেক আদি ধ্বনি দি আকস্মিক প্ৰৱেশ কৰি আচবাব পত্ৰ ভাঙি লণ্ড ভণ্ড কৰে।

তদুপৰি নতুনকৈ ভূমিষ্ঠ হোৱা সংগঠনটোৰ নেৰ্তৃবৰ্গক শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ঘটনা সংক্ৰান্তত নৱগঠিত BODO NATIONAL STUDENT UNION ৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া ভুল বুজাবুজিৰ পৰিণতিত সংঘটিত হোৱা এক ঘটনা।

ইয়াৰ বিৰুদ্ধে বুলি গোচৰ তৰা হ’ব বুলি সদৰি কৰিছে BODO NATIONAL STUDENT UNION ৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে।

ইফালে, কোকৰাঝাৰ চহৰৰ ওমশ্ৰী হোটেলত আজি নৱগঠিত BODO NATIONAL STUDENT UNION গঠন হোৱা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিখিল বড়ো ছাত্ৰ সন্হা চমুকৈ এৱছুই৷

বড়োফা হাউছত আজি সন্ধিয়া এবছুৰ উপসভাপতি খৌৰমদাও বসুমতাৰীয়ে সংবাদমেল সন্মৰ্ধন কৰি বিএচ ইউৰ আৰু বিপিএফ দলৰ পোছাকধাৰি এচাম যুৱকে এবছুক প্ৰত্যাহ্বান দিৱলৈ নতুন ছাত্ৰ সংগঠন খুলিছে বুলি অভিযোগ কৰে৷

একমাত্ৰ ৰাজনীতিৰ লাভালাভৰ বাবে এচাম যুবকে এবছুৰ ভাৱমূৰ্তি বিনষ্ট কৰিব খুজি বড়ো ৰাইজক বিপথে নিবলৈ চক্ৰান্ত চলোৱা হৈছে বুলি অভিযোগ কৰে৷

এইক্ষেত্ৰত আজি উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত এবছুৰ স্বেচ্ছাসেৱক কিছু উক্ত স্থানত বুজ ল’বলৈ যোৱা বুলি নেতা জনে স্বীকাৰ কৰাৰ লগতে কিছু অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা স্বীকাৰ কৰে৷

ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত নতুন ছাত্ৰ সংগঠনৰ জন্ম দিয়াটো এবছুই কাহানিও প্ৰশয় নিদিয়ে আৰু যিসকলে ৰাজনৈতিক লাভালাভৰ বাৱে কাম কৰিব বিচাৰিছে তেওঁলোকক এনে কাৰ্যৰ পৰা আতৰি থকাৰ আহ্বান জনাইছে এবছুৱে।

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd