• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 11:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান তেওঁৰ বয়স ৩৬ বছৰ। তেওঁ ২০০৭ চনৰ পৰা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলি আছে। আনহাতে, ২০১১ চনৰ পৰা খেলিছে আন্তৰ্জাতিক ক্ৰিকেট। তেওঁ একেৰাহে ১৬ বছৰ ধৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলি আহিছে। ৩৫ বছৰ অতিক্ৰম কৰা এৰন ফিঞ্চে এতিয়া আৰু ইমান চাপ ল’বলৈ সক্ষম নহয়।

সেয়েহে তেওঁ আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনালে। টী-২০ ক্ৰিকেটত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অষ্ট্ৰেলিয়াক নেতৃত্ব দি এই সংস্কৰণত দেশৰ আটাইতকৈ সফল অধিনায়ক হিচাপে পৰিগণতি ফিঞ্চ।

যোৱা বছৰ ছেপ্টেম্বৰত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ফিঞ্চে কৈছে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলেও সমগ্ৰ বিশ্বৰ ফ্ৰেঞ্চাইজি লীগত খেলা অব্যাহত ৰাখিব। অষ্ট্ৰেলিয়াৰ ২০২১ চনৰ টী-২০ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ঘৰুৱা টী-২০ লীগ বিগ বেছ দল মেলবৰ্ণ ৰেনেগেডছৰ সৈতে এক বছৰৰ চুক্তি নিশ্চিত কৰিছে।

Apply Now

তেওঁৰ ১২ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰত ফিঞ্চে বগা বলৰ ক্ৰিকেটত ২৪৯ খন মেচ খেলিছিল (১৪৬ খন এদিনীয়া, ১০৩ টী-২০)। তেওঁ টী-২০ত তেওঁৰ ১০৩ খন খেলৰ কেৰিয়াৰৰ ৭৬ খনত অধিনায়কৰ ভূমিকাত আছিল। ফিঞ্চে এই সংস্কৰণত অধিনায়ক হিচাপে ৪০ খন মেচ জিকিছে। তেওঁৰ আটাইতকৈ ডাঙৰ সাফল্যটো হ’ল অষ্ট্ৰেলিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টী-২০ বিশ্বকাপ জয় কৰা।

অৱশ্যে, ফিঞ্চে এদিনীয়াত মাত্ৰ ৫৫ খন খেলত দলটোক নেতৃত্ব দিছে। আনহাতে, তেওঁ মাত্ৰ ৫ খন টেষ্ট খেলিছে।

ফিঞ্চৰ বেছিভাগ সফলতা আহিছে অৱশ্যে টী-২০ত। তেওঁ টী-২০ আন্তৰ্জাতিক খেলত সৰ্বাধিক ব্যক্তিগত ৰাণৰ অভিলেখ গঢ়িছে। ২০১৮ চনত তেওঁ হাৰাৰেত জিম্বাবোৱেৰ বিৰুদ্ধে ৭৬ টা বলত ১৭২ ৰাণ সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ মাজত সৰ্বাধিক টী-২০ মেচ খেলা আৰু ৰাণ সংগ্ৰহ কৰা বেটছমেন হৈছে ফিঞ্চ। তেওঁ ১০৩ খন খেলত ৩১২০ ৰাণ সংগ্ৰহ কৰিছে। ডেভিদ ৱাৰ্ণাৰ (২৮৯৪ ৰাণ) তেওঁৰ পিছত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd