• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গভীৰ অৰণ্যত চুটকেছৰ ভিতৰত অষ্ট্ৰিয়াৰ ইনফ্লুয়েন্সাৰৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰেমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2025 5:30 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰিয়াৰ ৩১ বছৰীয়া সৌন্দৰ্য্য বিষয়ক জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ষ্টেফানী পাইপাৰৰ মর্মান্তিক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাইপাৰৰ মৃতদেহ স্লোভেনিয়াৰ এখন অৰণ্যত এটা চুটকেছৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে। এই ঘটনাৰ সন্দৰ্ভত পাইপাৰৰ প্ৰাক্তন প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছে।

ষ্টেফানীয়ে ২৩ নৱেম্বৰৰ দিনা এখন পাৰ্টিৰ পৰা উভতি আহিছিল। প্ৰথমে, পাইপাৰে বন্ধু এজনক মেছেজ কৰি জনাইছিল যে তেওঁ নিৰাপদে ঘৰ পাইছেহি। তাৰ পিছতে, পাইপাৰে ভয়ত দিয়া আন এটা মেছেজত উল্লেখ কৰিছিল যে চিৰিৰ তলত কোনোবা লুকাই আছে। পাইপাৰে এটা ‘অন্ধকাৰ ছাঁ’ দেখা বুলিও জনাইছিল।

Apply Now

ওচৰ-চুবুৰীয়াসকলে সেই ৰাতি ষ্টেফানীৰ ঘৰৰ পৰা কাজিয়াৰ শব্দ শুনা বুলি দাবী কৰিছে। কিছুমানে সেই সময়ত পাইপাৰৰ প্ৰাক্তন প্ৰেমিকক সেই ভৱনত দেখা বুলিও কৈছে।

ষ্টেফানীৰ প্ৰাক্তন প্ৰেমিকক স্লোভেনিয়াত গ্ৰেপ্তাৰ কৰা হৈছে। ২৪ নৱেম্বৰত আৰক্ষীয়ে সীমান্তৰ ওচৰৰ এখন কেচিনোৰ পাৰ্কিং লটত এখন জ্বলি থকা গাড়ীৰ ওচৰত তেওঁক পাইছিল। সেই গাড়ীখন অভিযুক্তজনৰ আছিল আৰু হত্যাৰ পিছত তেওঁ সেই গাড়ীতেই কেইবাবাৰো স্লোভেনিয়ালৈ অহা-যোৱা কৰিছিল বুলি সন্দেহ কৰা হৈছে। পিছত তেওঁক অষ্ট্ৰিয়াৰ আৰক্ষীক প্ৰত্যৰ্পণ কৰা হয়।

আৰক্ষীৰ দাবী অনুসৰি, অভিযুক্তই ইতিমধ্যেই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। তেওঁ স্বীকাৰ কৰিছে যে কাজিয়াৰ পিছত তেওঁ ষ্টেফানী পাইপাৰক ডিঙি চেপি হত্যা কৰিছিল আৰু মৃতদেহ এটা চুটকেছত ভৰাই স্লোভেনিয়াৰ অৰণ্যত পুতি থৈছিল। তেওঁৱেই আৰক্ষীক মৃতদেহটো ক’ত আছে সেই স্থান দেখুৱাই দিছিল।

খবৰ অনুসৰি, অভিযুক্তৰ দুজন পুৰুষ আত্মীয়কো (সম্ভৱতঃ তেওঁৰ ভাতৃ আৰু দেউতাক) ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনাটোক লৈ নেটিজেনৰ মাজত গভীৰ শোক আৰু চাঞ্চল্য বিৰাজ কৰিছে। ষ্টেফানীয়ে মেকআপ, ফেশ্বন আৰু নিজৰ মিউজিক ভিডিঅ’ৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd