• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জংঘলত ছুটকেছৰ ভিতৰত উদ্ধাৰ বহুচৰ্চিত ইনফ্লুৱেঞ্চাৰৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2025 2:50 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ দিন ধৰি নিৰুদ্দেশ হৈ থকা ইউৰোপৰ বিউটি ইনফ্লুৱেঞ্চাৰ ষ্টেফানী পাইপাৰ (৩১)ৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অষ্ট্ৰিয়াৰ মহিলাগৰাকীক হত্যা কৰে তেওঁৰ প্ৰাক্তন প্ৰেমিক পিটাৰ এম-য়ে।

মৃতদেহটো ছুটকেছত ভৰাই স্লোভেনিয়াৰ মেজস্পাৰ্কৰ জংঘলত পুতি ৰাখিছিল। এই হত্যাকাণ্ডই সমগ্ৰ অষ্ট্ৰিয়া আৰু স্লোভেনিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

ষ্টাইৰিয়ান ষ্টেট পুলিচৰ মতে, ২৩ নৱেম্বৰত পাৰ্টিৰ পৰা উভতি অহাৰ পিছত পাইপাৰ নিৰুদ্দেশ হৈছিল। মেকআপ, ফেশ্বন আৰু সংগীত সম্পৰ্কীয় বিষয়বস্তুৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাইপাৰে পাৰ্টিৰ পিছত বন্ধু এজনলৈ বাৰ্তা প্ৰেৰণ কৰি ঘৰলৈ উভতি অহাৰ কথা জনায়। অৱশ্যে পিছত তেওঁ আন এটা মেছেজত কয়, “মই ভাবো কাঁচঘৰত কোনোবা লুকাই আছে।” তাৰ পিছৰ পৰা তেওঁক বিচাৰি পোৱা নাই।

চুবুৰীয়াই সংবাদ মাধ্যমক জনোৱা মতে, পাইপাৰ নিৰুদ্দেশ হোৱাৰ নিশা পাইপাৰৰ ঘৰৰ পৰা কাজিয়াৰ শব্দ শুনা গৈছিল। তেওঁলোকে দাবী কৰে যে সেই সময়ত তেওঁৰ প্ৰাক্তন প্ৰেমিক পিটাৰ এমক অট্টালিকাৰ ভিতৰত দেখা গৈছিল। পিছদিনা পৰিয়াল আৰু সহকৰ্মীসকলে যোগাযোগ কৰিব নোৱাৰাৰ পিছতে তেওঁ নিৰুদ্দেশ হোৱাৰ ৰিপোৰ্ট দাখিল কৰিছিল।

২৪ নৱেম্বৰত আৰক্ষীয়ে স্লোভেনিয়াৰ অষ্ট্ৰিয়াৰ সীমান্তৰ সমীপৰ কেচিনোৰ পাৰ্কিং লটত এখন জ্বলি থকা ৰঙা গাড়ী উদ্ধাৰ কৰে। গাড়ীখন পিটাৰ এমৰ আৰু জুইৰ ওচৰত সন্দেহজনক আচৰণৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পিছত তেওঁক অষ্ট্ৰিয়ালৈ লৈ যাবলৈ অনুৰোধ কৰা হয় আৰু স্লোভেনিয়াই তেওঁক প্ৰত্যাৰ্পণ কৰে।

কেইবাঘণ্টা ধৰি সোধা-পোছাৰ অন্তত পিটাৰ এম-য়ে পাৰ্টিৰ পিছত উত্তপ্ত কাজিয়াৰ মাজত পাইপাৰক ডিঙি চেপি হত্যা কৰা বুলি স্বীকাৰ কৰে। ইয়াৰ পিছতে মৃতদেহটো ছুটকেছত ভৰাই এখন গাড়ীৰে লৈ গৈ মেজস্পাৰ্কৰ হাবিত পুতি থৈছিল।

২৮ নৱেম্বৰত আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই ছুটকেছটো উদ্ধাৰ কৰাৰ লগতে পাইপাৰৰ মৃতদেহ উদ্ধাৰ কৰে।

ষ্টাইৰিয়ান ষ্টেট আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ সৈতে জড়িত লোকজনৰ ভাতৃ আৰু সতি-সন্ততিকো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে ঘটনাটো ঢাকি ৰখাত বা প্ৰমাণ ধ্বংস কৰাত সহায় কৰিছিল নে নাই তাক তদন্ত কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd