ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে
দিনটোৰ জল্পনা-কল্পনাৰ অন্ত পেলাই নেপালৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ঘোষণা কৰিছে যে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি দেশৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হ’ব আৰু...