আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ট্ৰাম্প শিবিৰৰ বিপৰ্যয়: কংগ্ৰেছৰ দুয়োখন সদনতেই সংখ্যাগৰিষ্ঠতা পালে ডেমক্ৰেটে, কি কি প্ৰভাৱ ট্ৰাম্প প্ৰশাসনত পৰিব?
আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভোটগণনাৰ আৰম্ভণিৰ পৰাই বিৰোধী শিবিৰ ডেমক্ৰেট দলে...














