উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন
উজনি অসমৰ শেহতীয়া ভয়ংকৰ বানপানীক মানৱ-সৃষ্ট দুৰ্যোগ বুলি অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছে প্ৰাক্তন বিধায়ক...














