NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

এডভান্টেজ আসাম ২.০-ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে : মোদী-আদানী-আম্বানী – তিনি বন্ধু একেলগে অসমত

এডভান্টেজ আসাম ২.০-ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে : মোদী-আদানী-আম্বানী – তিনি বন্ধু একেলগে অসমত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত লোকসকলক আদৰণি জনাই...

ট্ৰলীৰ ভিতৰত ভৰাই গংগাত উটিৱাবলৈ আনিছিল মৃতদেহ! কলিকতাত নৃশংসভাবে হত্যা অসমৰ মহিলাক

ট্ৰলীৰ ভিতৰত ভৰাই গংগাত উটিৱাবলৈ আনিছিল মৃতদেহ! কলিকতাত নৃশংসভাবে হত্যা অসমৰ মহিলাক

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ’ল অসমৰ মহিলা। পশ্চিমবংগৰ কলিকতাত নৃশংস হত্যাৰ বলি হ’ল যোৰহাটৰ মহিলা। জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ...

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড

১৯৮৪ চনত দিল্লীত সংঘটিত শিখ বিৰোধী সংঘৰ্ষত প্ৰত্যক্ষভাৱে জড়িত থকাৰ বাবে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান...

২০১৭-১৮ চনৰ পাছৰ পৰা প্ৰকাশ পোৱা নাই কেগৰ প্ৰতিবেদন              কেজৰিৱাল চৰকাৰৰ অৰ্থনৈতিক অনিয়মকলৈ সৰৱ বিজেপি

২০১৭-১৮ চনৰ পাছৰ পৰা প্ৰকাশ পোৱা নাই কেগৰ প্ৰতিবেদন কেজৰিৱাল চৰকাৰৰ অৰ্থনৈতিক অনিয়মকলৈ সৰৱ বিজেপি

দিল্লীৰ শাসনভাৰ বিজেপিৰ হাতলৈ অহাৰ পাছতে আপৰ ওপৰত আধিক আক্ৰমনাত্মক হৈ পৰিছে শাসকীয় দলটো৷ আজি দিল্লী বিধানসভাত কেগৰ প্ৰতিবেদন প্ৰকাশ...

বিভিন্ন খণ্ডত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপে

বিভিন্ন খণ্ডত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপে

আদানী গ্ৰুপে অসমত বিমানবন্দৰ, এৰো চিটি, চিটি গেছ বিতৰণ, ট্ৰেন্সমিছন, চিমেণ্ট, আৰু পথ প্ৰকল্প আদি মূল আন্তঃগাঁথনি খণ্ডক সামৰি ৫০,০০০...

দুটা ইন্টাৰ্নশ্বিপ পদৰ বাবে ১২০০ আবেদনকাৰী! ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ চিইঅ’

দুটা ইন্টাৰ্নশ্বিপ পদৰ বাবে ১২০০ আবেদনকাৰী! ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ চিইঅ’

মাত্ৰ দুটা চাকৰি। সেইটোও আকৌ ইন্টাৰ্নশ্বিপ। আবেদনকাৰীৰ সংখ্যা হৈছে ১২০০ জন। আনমেনড ডাইনেমিক্সৰ চিইঅ’ তথা বিজ্ঞানী শ্ৰীনাথ মল্লিকাৰ্জুনে তেওঁৰ কোম্পানীৰ...

সলনি হৈছে সময়! ৰাষ্ট্ৰসংঘত একেপক্ষত আমেৰিকা-ৰাছিয়া; ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

সলনি হৈছে সময়! ৰাষ্ট্ৰসংঘত একেপক্ষত আমেৰিকা-ৰাছিয়া; ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

সোমবাৰে আমেৰিকাই ৰাছিয়াৰ সৈতে থিয় দি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰি ইউক্ৰেইনৰ যুদ্ধৰ তীব্ৰতা হ্ৰাস, অস্থায়ী যুদ্ধবিৰতি আৰু...

‘চায়ৱালাতকৈ চাহৰ সোৱাদ কোনেও ভালকৈ বুজি নাপায়’, গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

‘চায়ৱালাতকৈ চাহৰ সোৱাদ কোনেও ভালকৈ বুজি নাপায়’, গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তেওঁ দেশৰ প্ৰধানমন্ত্ৰী। কিন্তু নিজকে ‘চায়ৱালা’ বুলি পৰিচয় দিবলৈ একেবাৰেই লাজ নকৰে! সেয়ে, সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ‘ঝুমইৰ...

ৰাচিনৰ দুৰ্দান্ত বেটিঙেৰে চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ জয়; অন্তিম চাৰিত ভাৰত! বাহিৰ পাকিস্তান, বাংলাদেশ

ৰাচিনৰ দুৰ্দান্ত বেটিঙেৰে চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ জয়; অন্তিম চাৰিত ভাৰত! বাহিৰ পাকিস্তান, বাংলাদেশ

চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু নিউজিলেণ্ডৰ হাতত এতিয়া চাৰিটাকৈ পইণ্ট। বাংলাদেশ আৰু পাকিস্তানক পৰাস্ত কৰিছে দুয়োখন দেশে। ভাৰত আৰু নিউজিলেণ্ডে গ্ৰুপৰ...

আমেৰিকা আৰু ব্ৰিটেইনৰ পিছত জাৰ্মানীয়েও ঘূৰাই পঠাব ভাৰতীয়ক! সোঁপন্থীৰ জয়ে বৃদ্ধি কৰিছে উদ্বিগ্নতা

আমেৰিকা আৰু ব্ৰিটেইনৰ পিছত জাৰ্মানীয়েও ঘূৰাই পঠাব ভাৰতীয়ক! সোঁপন্থীৰ জয়ে বৃদ্ধি কৰিছে উদ্বিগ্নতা

ভোটদানৰ পূৰ্বে সকীয়াই দিছিল ড’নাল্ড ট্ৰাম্পে। সেইদৰে আমেৰিকাৰ বায়ুসেনাই অবৈধ ভাৰতীয়ক বিমানত তুলি ভাৰতলৈ ঘূৰাই পঠিয়াইছে। ব্ৰিটেইনতো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি...

Page 1171 of 6693 1 … 1,170 1,171 1,172 … 6,693

Stay Connected

Recent News