NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আমেৰিকাৰ বিমান দুৰ্ঘটনাত কোনো লোক জীৱিত নাই; উদ্ধাৰ হৈছে ২৮ টা মৃতদেহ, পালে ব্লেক বক্স

আমেৰিকাৰ বিমান দুৰ্ঘটনাত কোনো লোক জীৱিত নাই; উদ্ধাৰ হৈছে ২৮ টা মৃতদেহ, পালে ব্লেক বক্স

আমেৰিকাৰ ৰেগান ৱাশ্বিংটন ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানে মিলিটাৰী হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।  মাজ আকাশতে সংঘৰ্ষ ঘটে।...

মদ্যপানৰ ফলতো কেন্সাৰ হ’ব পাৰে, বটলত থাকিব লাগে সতৰ্কীকৰণ; উচ্চ ন্যায়ালয়ত দাখিল গোচৰ

মদ্যপানৰ ফলতো কেন্সাৰ হ’ব পাৰে, বটলত থাকিব লাগে সতৰ্কীকৰণ; উচ্চ ন্যায়ালয়ত দাখিল গোচৰ

সুৰাৰ বটলত কৰ্কট ৰোগৰ বিধিগত সতৰ্কীকৰণ উল্লেখ কৰিব লাগে। এই আবেদন জনাই বম্বে উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ দাখিল কৰা হৈছে।...

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত ভয়াৱহ কেলেংকাৰী,অসমৰ ‘কোটা’ত নিযুক্তি বহিঃৰাজ্যৰ প্ৰাৰ্থী! হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা ল’বলৈ দাবী ডিৱাইএফআই
নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ বিস্ফোৰণ-‘কেন্দ্ৰত চৰকাৰ সলনি হ’লে জে’ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা’

নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ বিস্ফোৰণ-‘কেন্দ্ৰত চৰকাৰ সলনি হ’লে জে’ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা’

নতুন দিল্লী, ৩০ জানুৱাৰী -  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত...

কোৰাণক অপমান কৰাৰ বাবে ছুইডেনত এজন যুৱকক হত্যা

কোৰাণক অপমান কৰাৰ বাবে ছুইডেনত এজন যুৱকক হত্যা

ছুইডেনত পবিত্ৰ কোৰআনক অপমান কৰা যুৱক ছালৱান মমিকাক গুলীয়াই হত্যা কৰা হয়। কালি বুধবাৰে সংঘটিত হৈছে এই ঘটনা। ছুইডেনৰ ৰাজধানী...

ধৰ্ষণৰ অভিযোগ! সংবাদমেলৰ পৰাই আটক কংগ্ৰেছী সাংসদ

ধৰ্ষণৰ অভিযোগ! সংবাদমেলৰ পৰাই আটক কংগ্ৰেছী সাংসদ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছৰ সীতাপুৰৰ সাংসদ ৰাকেশ ৰাথোৰক। এগৰাকী আদবয়সীয়া মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এফআইআৰ...

উষ্ণ ফেব্ৰুৱাৰী মাহৰ সন্মুখীন হ’ব ভাৰত! ঘেঁহু, ক’লা সৰিয়হ আদি শস্যৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভাৱনা

উষ্ণ ফেব্ৰুৱাৰী মাহৰ সন্মুখীন হ’ব ভাৰত! ঘেঁহু, ক’লা সৰিয়হ আদি শস্যৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভাৱনা

ভাৰত ফেব্ৰুৱাৰী মাহত গড় উষ্ণতাতকৈ উষ্ণতাৰ বাবে সাজু হৈছে। কিছুমান ৰাজ্যত সৰ্বোচ্চ উষ্ণতা সাধাৰণতকৈ ৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বেছি হ’ব।...

নৰেন্দ্ৰ মোদীৰ শাসনত উন্নত জীৱনৰ আশা হেৰুৱাইছে ভাৰতীয় নাগৰিকসকলে! জৰীপত প্ৰকাশ তথ্য

নৰেন্দ্ৰ মোদীৰ শাসনত উন্নত জীৱনৰ আশা হেৰুৱাইছে ভাৰতীয় নাগৰিকসকলে! জৰীপত প্ৰকাশ তথ্য

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে দাবী কৰে যে যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত চাকৰিৰ ব্যৱস্থা কৰা হৈছে, সাধাৰণ মানুহৰ জীৱন উন্নত হৈছে,...

শিশুৱে কাৰ্টুন চাই কিয় ইমান ভাল পায় জানেনে?

শিশুৱে কাৰ্টুন চাই কিয় ইমান ভাল পায় জানেনে?

আপুনি কেতিয়াবা আপোনাৰ সন্তানক ওচৰৰ পৰা লক্ষ্য কৰিছেনে? যদি আপুনি কৰা নাই, তেন্তে নিশ্চিতভাৱে আজিৰে পৰাই এই কামটো আৰম্ভ কৰক।...

ৱাশ্বিংটনৰ বিমান আৰু সেনা হেলিকপ্টাৰ দুৰ্ঘটনা; এতিয়ালৈকে ১৮ টা মৃতদেহ উদ্ধাৰ

ৱাশ্বিংটনৰ বিমান আৰু সেনা হেলিকপ্টাৰ দুৰ্ঘটনা; এতিয়ালৈকে ১৮ টা মৃতদেহ উদ্ধাৰ

আমেৰিকাৰ ৱাশ্বিংটনত ৬৪ জন যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বিমান আৰু এখন সামৰিক হেলিকপ্টাৰৰ মাজত মাজ আকাশত সংঘটিত সংঘৰ্ষৰ ফলত...

Page 1223 of 6695 1 … 1,222 1,223 1,224 … 6,695

Stay Connected

Recent News