NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আদানী উৎকোচ গোচৰত ছ’ৰছৰ ষড়যন্ত্ৰ, আমেৰিকাৰ প্ৰতি অভিযোগ! বাইডেনক লক্ষ্য কৰি হাউচৰ সদস্যৰ মন্তব্য

আদানী উৎকোচ গোচৰত ছ’ৰছৰ ষড়যন্ত্ৰ, আমেৰিকাৰ প্ৰতি অভিযোগ! বাইডেনক লক্ষ্য কৰি হাউচৰ সদস্যৰ মন্তব্য

এইবাৰ আমেৰিকাৰ কংগ্ৰেছৰ ৰিপাব্লিকান সদস্য লেন্স গুডেনে ঔদ্যোগিক গৌতম আদানী, তেওঁৰ ভতিজা সাগৰ আৰু কেইবাজনো সহযোগীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত দাখিল...

নৃশংস! ব্যক্তিগত শত্ৰুতাৰ বাবে চুবুৰীয়াৰ ২৮টা পাৰ চৰাইক হত্যা

নৃশংস! ব্যক্তিগত শত্ৰুতাৰ বাবে চুবুৰীয়াৰ ২৮টা পাৰ চৰাইক হত্যা

ব্যক্তিগত শত্ৰুতাক লৈ চুবুৰীয়াৰ ২৮টা পাৰ চৰাইক হত্যা কৰাৰ অভিযোগ এজন লোকৰ। বুধবাৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হয় এই ঘটনা। শিন্দনগৰৰ...

পথ দুৰ্ঘটনাৰ প্ৰথম ঘণ্টাৰ ভিতৰত চিকিৎসালয়লৈ নিলে বিনামূলীয়া চিকিৎসাৰ বাবে এখন আঁচনিৰ দৰকাৰ: উচ্চতম ন্যায়ালয়

পথ দুৰ্ঘটনাৰ প্ৰথম ঘণ্টাৰ ভিতৰত চিকিৎসালয়লৈ নিলে বিনামূলীয়া চিকিৎসাৰ বাবে এখন আঁচনিৰ দৰকাৰ: উচ্চতম ন্যায়ালয়

পথ দুৰ্ঘটনাৰ পাছত প্ৰথম ঘণ্টাৰ ভিতৰত চিকিৎসালয়লৈ গ’লে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক প্ৰকল্প আৰম্ভ...

কেন্দ্ৰীয় কাৰাগাৰত উদ্ধাৰ ‘মেড ইন চাইনা’  ড্ৰ’ন! নিৰাপত্তাত প্ৰশ্নচিহ্ন

কেন্দ্ৰীয় কাৰাগাৰত উদ্ধাৰ ‘মেড ইন চাইনা’  ড্ৰ’ন! নিৰাপত্তাত প্ৰশ্নচিহ্ন

ভোপাল কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত উদ্ধাৰ ‘মেড ইন চাইনা’ ড্ৰ’ন। এই ড্ৰ’ন উদ্ধাৰৰ ঘটনাই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্নচিহ্ন তুলিছে। চীনত নিৰ্মিত...

Bajaj Pulsar RS 200 বাইকৰ নতুন তথ্য ফাদিল; এই সপ্তাহতে হ’ব পাৰে মুকলি

Bajaj Pulsar RS 200 বাইকৰ নতুন তথ্য ফাদিল; এই সপ্তাহতে হ’ব পাৰে মুকলি

বাজাজ পালচাৰ আৰ এছ ২০০ মুকলি হ’বলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। বৰ্তমান বাজাজে এই বাইকখন মুকলি কৰাৰ বাবে জোৰদাৰ...

২২ বছৰ বয়সত আইআইটিৰ অধ্যাপক হোৱা তথাগত অৱতাৰক কিয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল? সবিশেষ…

২২ বছৰ বয়সত আইআইটিৰ অধ্যাপক হোৱা তথাগত অৱতাৰক কিয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল? সবিশেষ…

এসময়ত শিশু কিম্বদন্তি হিচাপে খ্যাত তথাগত অৱতাৰ তুলসীয়ে আকৰ্ষণীয় শৈক্ষিক পটভূমিৰ মাজতো কেৰিয়াৰৰ অভাৱনীয় বিপৰ্যয়ৰ সন্মুখীন হৈছে। ১৯৮৭ চনত বিহাৰত...

গুগল মেপৰ দ্বাৰা বিপথে গৈ নাগালেণ্ড পালেগৈ অসম আৰক্ষী! স্থানীয় লোকে কৰিলে বন্দী

গুগল মেপৰ দ্বাৰা বিপথে গৈ নাগালেণ্ড পালেগৈ অসম আৰক্ষী! স্থানীয় লোকে কৰিলে বন্দী

গুগল মেপৰ নিৰ্দেশনা অনুসৰণ কৰি বিপদত অসম আৰক্ষীৰ ১৬ জনীয়া দল। ঘটনা অনুসৰি অসম আৰক্ষীৰ এটা দলে অভিযানৰ সময়ত নগালেণ্ডত...

শম্ভু সীমান্তত বিষ সেৱন আৰু এজন প্ৰতিবাদী কৃষকৰ; চিকিৎসালয়ত সাৱটি ল’লে মৃত্যুক

শম্ভু সীমান্তত বিষ সেৱন আৰু এজন প্ৰতিবাদী কৃষকৰ; চিকিৎসালয়ত সাৱটি ল’লে মৃত্যুক

আকৌ আন এজন কৃষকে শম্ভু সীমান্তত বিষ সেৱন কৰিলে। বিষ সেৱন কৰাৰ ফলত তেওঁৰ মৃত্যু হয়। ইয়াৰ আগতেও এজন কৃষকে...

ঘণ্টাত ১৮০ কিলোমিটাৰ গতিত গাড়ী দুৰ্ঘটনা; অলপৰ বাবে প্ৰাণ ৰক্ষা জনপ্ৰিয় অভিনেতা অজিতৰ

ঘণ্টাত ১৮০ কিলোমিটাৰ গতিত গাড়ী দুৰ্ঘটনা; অলপৰ বাবে প্ৰাণ ৰক্ষা জনপ্ৰিয় অভিনেতা অজিতৰ

গাড়ী দুৰ্ঘটনাত পতিত হৈছে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা অজিত কুমাৰ। কেইদিনমানৰ পিছত অনুষ্ঠিত হ’ব ‘ডুবাই ২৪ আৱাৰ ৰেচ’। ইয়াত অংশগ্ৰহণৰ...

বনজুইৰ লেলিহান শিখাৰ গ্ৰাসত লছ এঞ্জেলছ! হাজাৰ হাজাৰ ঘৰ জ্বলি তচনচ; ৫ জনৰ মৃত্যু

বনজুইৰ লেলিহান শিখাৰ গ্ৰাসত লছ এঞ্জেলছ! হাজাৰ হাজাৰ ঘৰ জ্বলি তচনচ; ৫ জনৰ মৃত্যু

আমেৰিকাৰ লছ এঞ্জেলছ ভয়ংকৰ জুইয়ে গ্ৰাস কৰিছে। কেলিফৰ্ণিয়াৰ একাধিক চহৰত এই জুই বিয়পি পৰিছে। ইতিমধ্যে হাজাৰ হাজাৰ ঘৰ জ্বলি ছাই...

Page 1257 of 6696 1 … 1,256 1,257 1,258 … 6,696

Stay Connected

Recent News