NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সন্তানৰ মংগল কামনাৰে শিশুক কোলাত লৈ পানীত “ডুব”! ৩৭ টি শিশুসহ ৪৬ জনৰ মৃত্যু বিহাৰত

সন্তানৰ মংগল কামনাৰে শিশুক কোলাত লৈ পানীত “ডুব”! ৩৭ টি শিশুসহ ৪৬ জনৰ মৃত্যু বিহাৰত

নিজৰ সন্তানৰ মংগল কামনা কৰি শিশুক কোলাত লৈ পানীত ডুব দিবলৈ গৈ ৪৬ জনৰ মৃত্যু হৈছে বিহাৰত। নিহতসকলৰ ভিতৰত আছে...

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষলৈ আপৰ স্মাৰকপত্ৰ ; অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষলৈ আপৰ স্মাৰকপত্ৰ ; অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ

ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আজি আম আদমী পাৰ্টিয়ে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ অৰবিন্দ পনগৰীয়াৰ হাতত...

বিশ্বকাপ বিজয়ী ফ্ৰান্সৰ ডিফেণ্ডাৰ ৰাফেল ভাৰানেৰ ফুটবলৰ পৰা বিদায়

বিশ্বকাপ বিজয়ী ফ্ৰান্সৰ ডিফেণ্ডাৰ ৰাফেল ভাৰানেৰ ফুটবলৰ পৰা বিদায়

ফ্ৰান্সৰ ডিফেণ্ডাৰ তাৰকা ৰাফেল ভাৰানে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পাছত ক্লাব কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে।তেওঁ ছচিয়েল মিডিয়াত অৱসৰৰ কথা ঘোষণা কৰে।...

মন্দিৰৰ ভিতৰত নাবালিকাক যৌন নিৰ্যাতন; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৭০ বছৰীয়া পুৰোহিতক

মন্দিৰৰ ভিতৰত নাবালিকাক যৌন নিৰ্যাতন; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৭০ বছৰীয়া পুৰোহিতক

কিমাশ্চৰ্যম! অভিযোগ অনুসৰি মন্দিৰৰ ভিতৰত ছোৱালীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল পুৰোহিতে। কেতিয়াবা প্ৰসাদৰ লোভ দেখুৱাই নাবালিক ছোৱালীবোৰক মন্দিৰৰ ভিতৰলৈ লৈ...

অৰুণাচলৰ চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন; হোষ্টেল ৱাৰ্ডেনক মৃত্যুদণ্ড

অৰুণাচলৰ চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন; হোষ্টেল ৱাৰ্ডেনক মৃত্যুদণ্ড

অৰুণাচল প্ৰদেশৰ বিশেষ আদালতে বৃহস্পতিবাৰে হোষ্টেল ৱাৰ্ডেনক মৃত্যুদণ্ডৰ ঘোষণা কৰে। এখন আদালতে ২০১৪-২০২২ বৰ্ষৰ চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰীক...

মেনহ’লত সোমাই মৃত্যু মহিলাৰ! পৌৰসভাৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

মেনহ’লত সোমাই মৃত্যু মহিলাৰ! পৌৰসভাৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

মুম্বাইত হোৱা ধাৰাসাৰ বৰষুণত মেনহ’লত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ। আন্ধেৰীত সংঘটিত এই কাণ্ডত স্থানীয় প্ৰশাসনক লৈ প্ৰশ্ন উত্থাপন হৈছে।...

দহ দিনত আমেৰিকাৰ দুটা মন্দিৰত আক্ৰমণ; দুস্কৃতিকাৰীৰ হিন্দুসকলক আঁতৰি যাবলৈ ধমকি

দহ দিনত আমেৰিকাৰ দুটা মন্দিৰত আক্ৰমণ; দুস্কৃতিকাৰীৰ হিন্দুসকলক আঁতৰি যাবলৈ ধমকি

১৬ ছেপ্টেম্বৰত নিউয়ৰ্কত স্বামীনাথন মন্দিৰত আক্ৰমণ কৰা হৈছিল। বুধবাৰে কেলিফৰ্ণিয়াৰ হিন্দু মন্দিৰত পূৰ্বৰ আক্ৰমণৰ দহ দিনৰ ভিতৰতে আক্ৰমণ সংঘটিত হয়।...

স্থানীয় লোকৰ আপত্তিক আওকাণ! নাগালেণ্ড, অৰুণাচলৰ বিস্তৃত অঞ্চলত বৃদ্ধি পালে AFSPAৰ ম্যাদ

স্থানীয় লোকৰ আপত্তিক আওকাণ! নাগালেণ্ড, অৰুণাচলৰ বিস্তৃত অঞ্চলত বৃদ্ধি পালে AFSPAৰ ম্যাদ

স্থানীয় ৰাইজৰ প্ৰতিবাদ, বিৰোধীৰ কথা কেন্দ্ৰই গুৰুত্ব নিদিলে। নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত পুনৰ সেনা বাহিনী বিশেষ ক্ষমতা আইন...

নতুন চমক! এইবাৰ এক প্ৰসিদ্ধ আন্তৰ্জাতিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে টাটা!

নতুন চমক! এইবাৰ এক প্ৰসিদ্ধ আন্তৰ্জাতিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে টাটা!

বৰ্তমান বিশ্বৰ অন্যতম চৰ্চিত উদ্যোগপতি ৰতন টাটা। ভাৰতীয় উদ্যোগলৈ ৰতন টাটাৰ অৱদান অনস্বীকাৰ্য। ৰতন টাটা এগৰাকী কল্যাণকামী উদ্যোগপতি হিচাপে পৰিচিত।...

ৰাজ্য প্ৰশাসনেই নাকচ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘৯০০ কুকি উগ্ৰপন্থী প্ৰৱেশ’ৰ প্ৰতিবেদন

ৰাজ্য প্ৰশাসনেই নাকচ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘৯০০ কুকি উগ্ৰপন্থী প্ৰৱেশ’ৰ প্ৰতিবেদন

যোৱা সপ্তাহত চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থীয়ে মণিপুৰত প্ৰৱেশ কৰিছে। তাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হয় উদ্বেগ। এফালে...

Page 1446 of 6708 1 … 1,445 1,446 1,447 … 6,708

Stay Connected

Recent News