NE NOW NEWS

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

প্ৰশ্নৰ মুখত গুজৰাট মডেল! ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত স্মাৰ্ট চিটি আহমেদাবাদ, অমিত শ্বাহৰ গান্ধীনগৰ

প্ৰশ্নৰ মুখত গুজৰাট মডেল! ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত স্মাৰ্ট চিটি আহমেদাবাদ, অমিত শ্বাহৰ গান্ধীনগৰ

গুজৰাটত ধাৰাসাৰ বৰষুণ চলি আছে। আহমেদাবাদত পথ ভাঙি যোৱাৰ সমান্তৰালকৈ গান্ধীনগৰত বৰষুণৰ পানীৰ বাবে দুৰ্বল ভাঙি পৰা পথত গাড়ী সোমাই...

প্ৰসিদ্ধ পৰিসংখ্যাবিদ জ্যোতিপ্ৰসাদ মেধিৰ স্মৃতিত আজি গুৱাহাটীত এলানি বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

প্ৰসিদ্ধ পৰিসংখ্যাবিদ জ্যোতিপ্ৰসাদ মেধিৰ স্মৃতিত আজি গুৱাহাটীত এলানি বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

অধ্যাপক জ্যোতিপ্ৰসাদ মেধিৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ১জুলাই, ২০২৪ ইং তাৰিখ সোমবাৰে বিয়লি চাৰি বজাত গুৱাহাটীস্থিত দিছপুৰ...

ৰাতি যদি নামি আহে এজাক বৰষুণ, যদি ৰোমান্টিক হৈ উঠে মন : কিদৰে ৰমণীয় কৰি তুলিব সেই বিশেষ মুহূৰ্ত?

ৰাতি যদি নামি আহে এজাক বৰষুণ, যদি ৰোমান্টিক হৈ উঠে মন : কিদৰে ৰমণীয় কৰি তুলিব সেই বিশেষ মুহূৰ্ত?

ডাৱৰীয়া দিনত অকলে থাকিবলৈ মন নাযায়। বৰষুণৰ বতৰত আমাৰ মনে কাষত বিচাৰে এগৰাকী নাৰী, প্ৰেয়সী অথবা পত্নী। কিন্তু যিসকলে এনে...

স্তন কেন্সাৰত আক্ৰন্ত অভিনেত্ৰী হীনা খান : আপুনিও হওক সাৱধান

স্তন কেন্সাৰত আক্ৰন্ত অভিনেত্ৰী হীনা খান : আপুনিও হওক সাৱধান

স্তন কেন্সাৰত আক্ৰন্ত অভিনেত্ৰী হীনা খান। কৰ্কট ৰোগৰ তৃতীয় পৰ্যায়ৰ সোতে যুঁজি আছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে হাৰ মানিবলৈ কোনোপধ্যেই সাজু নহয়...

“চিন্তা কৰিবলগা নাই” : মহাশূন্যত বন্দী সুনীতাক লৈ মন্তব্য ইছৰোৰ মূৰব্বীৰ

“চিন্তা কৰিবলগা নাই” : মহাশূন্যত বন্দী সুনীতাক লৈ মন্তব্য ইছৰোৰ মূৰব্বীৰ

কথা আছিল তৃতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণলৈ যোৱা মহাকাশচাৰী সু্নীতা উইলিয়ামছ ১৩ জুনত পৃথিৱীলৈ ঘূৰি আহিব। কিন্তু যিখন বাহনত তেওঁ ঘূৰি...

পৰিয়ালৰ অমতত বিয়া হৈছিল জীয়ৰী! ৫ বছৰৰ পিছত হত্যা কৰিলে জোৱায়েকক

পৰিয়ালৰ অমতত বিয়া হৈছিল জীয়ৰী! ৫ বছৰৰ পিছত হত্যা কৰিলে জোৱায়েকক

বিয়াখনত সন্মতি নাছিল কইনাৰ পৰিয়ালৰ। যাৰ বাবে নিজৰ প্ৰিয় যুৱকজনৰ সৈতে পলাই গৈছিল ছোৱালীজনী। সেয়াই যেন কাল হ’ল দুয়োৰে বাবে।...

স্বামীৰ মদ্যপান কমাবলৈ স্ত্ৰীয়ে কি কৰা উচিত? মধ্যপ্ৰদেশৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী নাৰায়ণ সিং কুশৱাহাই দিলে উপায়

স্বামীৰ মদ্যপান কমাবলৈ স্ত্ৰীয়ে কি কৰা উচিত? মধ্যপ্ৰদেশৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী নাৰায়ণ সিং কুশৱাহাই দিলে উপায়

শুকুৰবাৰে ভূপালত ড্ৰাগছ বিৰোধী অনুষ্ঠানত অংশগ্ৰহণ কৰে নাৰায়ণ সিং কুশৱাহাই। তাত মদৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, "যদি মাতৃ-ভগ্নীয়ে পুৰুষৰ...

বুম বুম বুমৰাহ! টী-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ ‘প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট’ যশপ্ৰীত বুমৰাহ

বুম বুম বুমৰাহ! টী-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ ‘প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট’ যশপ্ৰীত বুমৰাহ

আই চি চিৰ যিকোনো ইভেণ্ট বা টী-২০ বিশ্বকাপৰ খিতাপ ১১বছৰৰ অপেক্ষাৰ অন্তত দখল কৰে ভাৰতে। শ্বাসৰুদ্ধকাৰী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে...

ইউৰো কাপত অঘটন! ইটালীক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড

ইউৰো কাপত অঘটন! ইটালীক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড

জাৰ্মানীৰ বাৰ্লিন ষ্টেডিয়ামত শনিবাৰে ইউৰো কাপ ২০২৪ৰ অন্তিম ষোল্লৰ যুঁজত মুখামুখি হৈছিল চুইজাৰলেণ্ড বনাম ডিফেণ্ডিং চেম্পিয়ন ইটালী। এই খেলখনত চুইজাৰলেণ্ডে...

গুৱাহাটীৰ প্ৰায় আধা! TISSৰ চাৰিটা কেম্পাছৰ পৰা ৫৫গৰাকী শিক্ষক, ৬০ গৰাকী কৰ্মচাৰীক ছাটাই

গুৱাহাটীৰ প্ৰায় আধা! TISSৰ চাৰিটা কেম্পাছৰ পৰা ৫৫গৰাকী শিক্ষক, ৬০ গৰাকী কৰ্মচাৰীক ছাটাই

বাতৰি অনুসৰি দেশৰ অন্যতম শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ পৰা ১০০ জন শিক্ষক-কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰা...

Page 1491 of 6617 1 1,490 1,491 1,492 6,617

Stay Connected

Recent News