আজিৰে পৰাই কাৰ্যকৰী নিৰ্বাচনী আদৰ্শ আচৰণ বিধি; কি কি নিয়ম মানি চলিব লাগিব জানেনে?
লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈ গ’ল। শনিবাৰে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল অনুষ্ঠিত কৰি কয়...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈ গ’ল। শনিবাৰে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল অনুষ্ঠিত কৰি কয়...
অৰ্থনৈতিক ক্ষেত্ৰতখনত আমেৰিকা আৰু ইউৰোপৰ দেশ সমূহৰ তুলনাত ভাৰত এতিয়াও হানিমুনৰ পৰ্যায়তেই আছে - শনিবাৰে এই মন্তব্য প্ৰদান কৰে ‘ৱৰ্ল্ড...
হিংসাজৰ্জৰ মণিপুৰত আতংকময় পৰিস্থিতিৰ বাবে শিবিৰত বাস কৰি থকা লোকসকলে আগন্তুক লোকসভা নিৰ্বাচনত শিবিৰৰ পৰাই ভোটদান কৰিব পাৰিব। আজি নিৰ্বাচন...
উত্তৰ অসমত আকৌ আৰম্ভ হৈছে হাতী-মানুহৰ সংঘাত। লখিমপুৰৰ জিলাৰ দ্ৰুপাঙত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শুকুৰবাৰে মাজনিশা নাৰায়ণপুৰ থানাৰ অন্তৰ্গত...
দিল্লী সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক আজি...
যিকোনো যোগ্য প্ৰাৰ্থীয়েই ন্যায়াধীশৰ আসনত বহিব পাৰে। বাওঁপন্থী হওঁক বা আন কোনো ৰাজনৈতিক দলৰ ঘনিষ্ঠ হওক। তাত কোনো সমস্যা নাই।...
গোৱালপাৰা জিলাত আজি সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এখন বাছৰ খুন্দাত নিহত হৈছে এগৰাকী মটৰ চাইকেল আৰোহী। নিহত লোকজনক কিৰিপ...
আজি ঘোষণা কৰা হ’ল দেশৰ লোকসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। প্ৰথম...
আজি বিয়লি ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ দিন। আয়োগৰ মতে ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগা এই ভোটগ্ৰহণ ৭...
ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই ৰাম-সীতাৰ নাম ব্যৱহাৰ কৰি ফেচবুক মাধ্যমত এটা প্ৰতিবাদী কবিতা লিখিছিল অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd