মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত প্ৰশিক্ষক বিমানঃ আহত প্ৰশিক্ষাৰ্থী মহিলা পাইলট
মধ্যপ্ৰদেশৰ গুনাত জৰুৰীকালীন অৱতৰণৰ চেষ্টা চলাই থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন প্ৰশিক্ষক বিমান। দুৰ্ঘটনাত আহত হৈছে প্ৰশিক্ষাৰ্থী মহিলা পাইলটগৰাকী। প্ৰকাশিত...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
মধ্যপ্ৰদেশৰ গুনাত জৰুৰীকালীন অৱতৰণৰ চেষ্টা চলাই থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন প্ৰশিক্ষক বিমান। দুৰ্ঘটনাত আহত হৈছে প্ৰশিক্ষাৰ্থী মহিলা পাইলটগৰাকী। প্ৰকাশিত...
সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে ‘বেজবল’ ধাৰা। ইংলেণ্ডৰ এই আক্ৰমণাত্মক বেটিং শৈলীটোক লৈ ক্ৰিকেট বিশ্বত ব্যাপক বাদ-বিবাদ...
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন গাদ্দাৰ। কংগ্ৰেছক বিশ্বাসঘাতকতা কৰা হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদীৰ যে বিশ্বাসী হৈ থাকিব, সেয়া কেনেকৈ...
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েঞ্চ (NDA)- ই কৰিছে শক্তিবৃদ্ধি। ত্ৰিপুৰাৰ প্ৰধান বিৰোধী দল টিপ্ৰা মথা পাৰ্টীয়ে আজি...
মহানগৰীত এইবাৰ ফাদিল হৈছে ভুৱা চিকিৎসকৰ কীৰ্তি। যোগ্যতা নথকাকৈয়ে ৪০ বছৰতকৈও অধিক সময় ধৰি চিকিৎসকৰ বেশ লৈ অৱশেষত আৰক্ষীৰ জালত...
উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী আয়োগক দাখিল কৰিব নোৱাৰে নিৰ্বাচনী বণ্ডৰ তথ্য। এই কথা উচ্চতম...
এক মৰ্মান্তিক কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। চহৰখনৰ হাটা হজৰত চাহাব অঞ্চলৰ এটা বাসগৃ্হত দুটা এল পি জি চিলিণ্ডাৰ...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বে সৰব হৈছে আম আদমি পাৰ্টী। প্ৰধানমন্ত্ৰী মোডীয়ে অসমবাসীক পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰিছে...
আজিৰে পৰা পুনৰ দিল্লী অভিমুখে পদযাত্ৰা আৰম্ভ কৰিব প্ৰতিবাদকাৰী কৃষকে। সাময়িকভাৱে পদযাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য হোৱাৰ পিছত প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰীয়...
লোকসভা নির্বাচনৰ পূর্বে ভাৰত জুড়ো ন্যায় যাত্ৰাত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে পূবৰ পৰা পশ্চিম ভাৰতলৈ যাত্ৰা কৰিছে। মঙলবাৰে মধ্যপ্ৰদেশত উপস্থিত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd