NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

চুলি পকিছে নেকি? চুলি পকাৰ হাত হাৰিবলৈ জানি লওক এইকেইটা কিটিপ

চুলি পকিছে নেকি? চুলি পকাৰ হাত হাৰিবলৈ জানি লওক এইকেইটা কিটিপ

৪০ বছৰ বয়সৰ পিছত চুলি পকি যোৱা বা ধূসৰ হৈ যোৱাৰ লগতে সৰিবলৈ আৰম্ভ কৰাতো অতি স্বাভাৱিক। মানুহৰ বয়স বাঢ়ি...

ৰাজ্যত বন্ধ হ’ব ৭৯ খনকৈ মহাবিদ্যালয় – নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

ৰাজ্যত বন্ধ হ’ব ৭৯ খনকৈ মহাবিদ্যালয় – নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

ৰাজ্যৰ বিদ্যালয় সমূহৰ দৰে মহাবিদ্যালয় সমূহৰো একত্ৰীকৰণ কৰিব খুজিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। ৫০০ তকৈ কম শিক্ষাৰ্থী থকা ৭৯ খনকৈ...

ৰাম মন্দিৰত বৰঙণিৰ বানপানী : টকা গণিবলৈ SBI ৰ শৰণাপন্ন হ’ল ৰাম মন্দিৰ কৰ্তৃপক্ষ

ৰাম মন্দিৰত বৰঙণিৰ বানপানী : টকা গণিবলৈ SBI ৰ শৰণাপন্ন হ’ল ৰাম মন্দিৰ কৰ্তৃপক্ষ

প্ৰতিষ্ঠা হোৱাৰ দিনাৰ পৰাই ইমানেই চান্দা আহিছে যে টকা গণিব পৰা নাই ৰাম মন্দিৰ কৰ্তৃপক্ষই। সেয়ে ভাৰতীয় ষ্টেট বেংকৰ সহায়...

বন্ধ হ’ল মোদীৰ মন কী বাত : এতিয়া ‘কাম কী বাত’ হ’বনে?

বন্ধ হ’ল মোদীৰ মন কী বাত : এতিয়া ‘কাম কী বাত’ হ’বনে?

তিনিমাহৰ বাবে প্ৰচাৰ নহয় প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ ‘মন কি বাত’। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই কথা কয়।  কিন্তু কিয়?...

ছিন্ন-বিচ্ছিন্ন অংগ : ড্ৰামৰ ভিতৰত উদ্ধাৰ ৭০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ

ছিন্ন-বিচ্ছিন্ন অংগ : ড্ৰামৰ ভিতৰত উদ্ধাৰ ৭০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ

এটা ড্ৰামৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী ৭০ বছৰীয়া মহিলাৰ অংগ বিচ্ছিন্ন মৃতদেহ। এটা পৰিত্যক্ত বাংলোৰ সমীপত পৰি থকা এটা ড্ৰামৰ...

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ : ছত্তীশগড়ত সেনাৰ গুলীত নিহত ৩ মাওবাদী

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ : ছত্তীশগড়ত সেনাৰ গুলীত নিহত ৩ মাওবাদী

সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে ৩ টাকৈ দুধৰ্ষ মাওবাদী। দেওবাৰে ছত্তীশগড়ৰ কাংকেৰ জিলাত সংঘটিত হয় এই ঘটনা।  জিলাখনৰ জংঘল...

উত্তৰ প্ৰদেশৰ আতচবাজী কাৰখানাত বিস্ফোৰণ : নিহত কমেও ৭ জন

উত্তৰ প্ৰদেশৰ আতচবাজী কাৰখানাত বিস্ফোৰণ : নিহত কমেও ৭ জন

উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ এটা বাজী কাৰখানাত সংঘটিত বিস্ফোৰণত কমেও ৭ জন লোক নিহত হয়। এই ঘটনাত আৰু ৭ জন...

লেপটপ কোলাত লৈ ব্যৱহাৰ কৰে নেকি? তেন্তে পঢ়ি লওঁক এইটো লেখা

লেপটপ কোলাত লৈ ব্যৱহাৰ কৰে নেকি? তেন্তে পঢ়ি লওঁক এইটো লেখা

আজিকালি কম্পিউটাৰ নহ’লেই নহয়। সকলো কাৰ্যালয় বা প্ৰতিষ্ঠানতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। কম্পিউটাৰ দুই ধৰণৰ থাকে - লেপটপ আৰু ডেস্কটপ।...

নগৰ নিগমৰ বৈঠকত সুৰামত্ত বিজেপি নেতা : মহিলাৰ প্ৰস্ৰাৱগাৰত সোমাই উদ্ভণ্ডালি

নগৰ নিগমৰ বৈঠকত সুৰামত্ত বিজেপি নেতা : মহিলাৰ প্ৰস্ৰাৱগাৰত সোমাই উদ্ভণ্ডালি

মদ খাই মাতলামী কৰি এইবাৰ আকৌ এজন বিজেপি নেতাৰ চৰ্চালৈ আহিছে। যোগী ৰাজ্য উত্তৰ প্ৰদেশৰ এজন বিজেপি নেতাই সংঘটিত কৰিছে...

আজৱ দেশৰ আজৱ কথা : চালক অবিহনেই ৮৪ কিঃমিঃ চলি গ’ল ৰখাই থোৱা ৰে’ল

আজৱ দেশৰ আজৱ কথা : চালক অবিহনেই ৮৪ কিঃমিঃ চলি গ’ল ৰখাই থোৱা ৰে’ল

চালক অবিহনেই ৮৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এখন ৰে’লগাড়ীয়ে। জন্মু-কাশ্মীৰৰ কথুৱা ষ্টেশ্যনৰ পৰা পঞ্জাৱৰ মুকেৰিয়ান জিলালৈকে নিজে নিজে চলি গ’ল...

Page 1688 of 6625 1 1,687 1,688 1,689 6,625

Stay Connected

Recent News