• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লেপটপ কোলাত লৈ ব্যৱহাৰ কৰে নেকি? তেন্তে পঢ়ি লওঁক এইটো লেখা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 25, 2024 8:55 pm
249
VIEWS
Share on FacebookShare on Twitter

আজিকালি কম্পিউটাৰ নহ’লেই নহয়। সকলো কাৰ্যালয় বা প্ৰতিষ্ঠানতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। কম্পিউটাৰ দুই ধৰণৰ থাকে – লেপটপ আৰু ডেস্কটপ।

আজিকালি লেপটপৰ ব্যৱহাৰ ডেস্কটপতকৈ অধিক বৃদ্ধি পাইছে কাৰণ ইয়াক সহজে কঢ়িয়াই নিব পৰা যায়। কিন্তু বহুতে নাজানে ইয়াৰ ফলত শৰীৰৰ ভয়াৱহ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

লেপটপত বিদ্যুৎচুম্বকীয় বিকিৰণ নিৰ্গত হয়। যদিও ইয়াৰ পৰিমাণ ৱাই-ফাই বা ব্লুটুথ ডিভাইচতকৈ তুলনামূলকভাৱে কম। কিন্তু যেতিয়া কোনোবাই কোলাত লেপটপ লৈ কাম কৰে তেতিয়া সেই বিকিৰণে প্ৰত্যক্ষভাৱে শৰীৰত প্ৰভাৱ পেলায়। মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়।

কোলাত লেপটপ লৈ কাম কৰিলে ডিঙিৰ বিষ আৰু কঁকালৰ বিষ বা অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কোলাত লেপটপ লৈ দীৰ্ঘদিন কাম কৰিলে ‘টোষ্টেড স্কিন চিনড্ৰম’ হ’ব পাৰে। ইয়াৰ ফলত ছালত ফোহা ওলায়। 

কোলাত লৈ কাম কৰিলে লেপটপটোৱে উৎপন্ন হোৱা তাপৰ বাবে অণ্ডকোষৰ কৰ্কট ৰোগৰ আশংকা থাকে। কিন্তু লেপটপৰ উত্তাপৰ লগত জড়িত এনে স্বাস্থ্যজনিত সমস্যাৰ কোনো গৱেষণাভিত্তিক প্ৰমাণ পোৱা নাযায়। মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ উপৰিও কোলাত লেপটপ লৈ কাম কৰিলে ডিভাইচটোৰ ক্ষতি হোৱাৰ আশংকা থাকে।

লেপটপত কিছুমান সৰু সৰু ফেন থাকে। যিবোৰ অতি দ্ৰুতগতিত চলি থাকে আৰু বায়ু প্ৰবাহত সহায় কৰি আভ্যন্তৰীণ যন্ত্ৰবোৰ ঠাণ্ডা কৰি ৰাখে। কিন্তু লেপটপটো কোলাত ৰাখিলে এই ফেনবোৰ অন কৰাটো কঠিন হৈ পৰে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd