NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ধাৰাসাৰ বৰষুণত উত্তৰ ছিকিমৰ পথত খহনীয়া, বিচ্ছিন্ন যোগাযোগ; আৱদ্ধ প্ৰায় ২হাজাৰ পৰ্যটক

ধাৰাসাৰ বৰষুণত উত্তৰ ছিকিমৰ পথত খহনীয়া, বিচ্ছিন্ন যোগাযোগ; আৱদ্ধ প্ৰায় ২হাজাৰ পৰ্যটক

উত্তৰ ছিকিমত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে। কেইবাটাও পথ খহি পৰাৰ ফলত কমেও ২হাজাৰ পৰ্যটক আৱদ্ধ হৈ...

সীতাৰ জন্মস্থানক লৈ আপত্তি, ‘আদিপুৰুষ’ নিষিদ্ধ কৰাৰ দাবী; প্ৰদৰ্শনী বাতিল নেপালত

সীতাৰ জন্মস্থানক লৈ আপত্তি, ‘আদিপুৰুষ’ নিষিদ্ধ কৰাৰ দাবী; প্ৰদৰ্শনী বাতিল নেপালত

শুকুৰবাৰে (১৬ জুন) মুক্তি লাভ কৰিছে  প্ৰভাস, কৃতি শ্বেনন অভিনীত ছবি ‘আদিপুৰুষ’। ছবিখনৰ প্ৰথম ট্ৰেইলাৰ মুক্তি পোৱাৰ পৰাই ছবিখনক কেন্দ্ৰ...

Assam Dima Hasao

ডিমা হাচাওৰ ১৫ বৰ্ষ পুৰণি হত্যাকাণ্ডৰ গোচৰৰ কাইলৈ শুনানি: হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শীক সাক্ষী নিদিয়াৰ ভাবুকি!

২০০৮ চনত সংঘটিত হোৱা এক হত্যাকাণ্ড, ডিমা হাচাওৰ ডিয়োঙমুখ থানাৰ অন্তৰ্গত লাংলাইত সংঘটিত হৈছিল এই হত্যাকাণ্ড। হত্যাৰ বলী হৈছিল কৰ্তব্যৰত...

মোডীয়ে এইবাৰ সলাই দিলে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী’ৰ নাম 

মোডীয়ে এইবাৰ সলাই দিলে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী’ৰ নাম 

শুকুৰবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে দিল্লীস্থিত ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’ৰ নাম সলনি কৰাৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। নতুন সিদ্ধান্ত...

পাণ্ডুত উদ্ধাৰ শুক্ৰেশ্বত গা ধুই থাকোঁতে লুইতত সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ

পাণ্ডুত উদ্ধাৰ শুক্ৰেশ্বত গা ধুই থাকোঁতে লুইতত সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ

শুকুৰবাৰে গুৱাহাটীৰ পাণ্ডু অঞ্চলত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। নিহত লোকজনৰ নাম জাহিদ আহমেদ। সূত্ৰৰ...

শিলসাঁকোৰ পিছত ডিব্ৰুগড়তো দৰিদ্ৰৰ ভগা পঁজাত চলিল বিজেপিৰ উচ্ছেদৰ হাতোৰা

শিলসাঁকোৰ পিছত ডিব্ৰুগড়তো দৰিদ্ৰৰ ভগা পঁজাত চলিল বিজেপিৰ উচ্ছেদৰ হাতোৰা

শিলসাঁকোত উচ্ছেদ চলোৱাৰ পিছতেই এইবাৰ ডিব্ৰুগড় জিলাত উচ্ছেদৰ হাতোৰা চলালে দৰিদ্ৰ মানুহৰ দুখ দূৰ কৰাৰ কথা কৈ শাসনলৈ অহা বিজেপিৰ...

দৈনিক মদ খালে কমি যায় হাৰ্ট এটেকৰ সম্ভাৱনা! অধ্যয়নত ওলাল আচৰিত তথ্য

দৈনিক মদ খালে কমি যায় হাৰ্ট এটেকৰ সম্ভাৱনা! অধ্যয়নত ওলাল আচৰিত তথ্য

যি সময়ত যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ ৰাগীত নিজকে হেৰুৱাই পেলাইছে, যি সময়ত বিভিন্ন সামাজিক সংস্থাই মদ্যপান বা ধূম পান ৰোধ...

আই পি এলত হতাশাজনক প্ৰদৰ্শনৰ পিছতো দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হ’ল ৰিয়ান পৰাগ

আই পি এলত হতাশাজনক প্ৰদৰ্শনৰ পিছতো দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হ’ল ৰিয়ান পৰাগ

আগন্তুক দুলীপ ট্ৰফী প্ৰতিযোগিতাৰ ইষ্ট জ’ন দলৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে অসমৰ বেটছমেন ৰিয়ান পৰাগ। বৃহস্পতিবাৰে অসম ক্ৰিকেট সন্থাই এই...

ডিগবৈত গছত খুন্দা মাৰি ভয়াবহ দুৰ্ঘটনাত পতিত গাড়ী; ৪ জন নিহত

ডিগবৈত গছত খুন্দা মাৰি ভয়াবহ দুৰ্ঘটনাত পতিত গাড়ী; ৪ জন নিহত

তিনিচুকীয়া জিলাৰ ডিগবৈত বৃহস্পতিবাৰে নিশা এখন গাড়ীয়ে গছত খুন্দা মৰাৰ ফলত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুগৰাকী মহিলাসহ চাৰিজন লোক...

কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী; চলিছে ব্যাপক তালাচী

কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী; চলিছে ব্যাপক তালাচী

বিদেশী সমৰ্থিত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ এক প্ৰচেষ্টা নিৰাপত্তাৰক্ষী বাহিনীয়ে ব্যৰ্থ কৰিছে। শুকুৰবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫ বিদেশী উগ্ৰপন্থী নিহত...

Page 2085 of 6640 1 2,084 2,085 2,086 6,640

Stay Connected

Recent News