NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

boat capsized in Nigeria

মৰ্মান্তিক! বিবাহৰ পৰা উভতাৰ পথতে বাগৰি পৰিল নাও: মৃত্যু শতাধিক লোকৰ

আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়াত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে যাত্ৰাৰত নাও নদীৰ বুকুত...

Ambubachi Mela DYFI Assam

শিক্ষকক অম্বুবাচী মেলাৰ দৰে অনাশৈক্ষিক কামৰ দায়িত্ব কিয়! প্ৰশ্ন ডি ৱাই এফ আইৰ

অম্বুবাচী মেলাৰ বাবে পৰীক্ষা নাপাতিবলৈ গুৱাহাটীৰ স্কুলসমূহক নিৰ্দেশ দিয়াৰ পাছত এইবাৰ ৩১ খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচী মেলাৰ কামত ব্যৱহাৰ কৰিবলৈ...

Chanakya Niti

এনে স্থানত নাসাজিব ঘৰ, নহ’লে হ’ব অথন্তৰ: চাণক্যই দি গৈছে পৰামৰ্শ

ভাৰতীয় সমাজ-জীৱনত আচাৰ্য চাণক্যৰ নীতি সদায়েই অনুকৰণীয় হৈ আহিছে। মানৱ জীৱনৰ লগত জড়িত প্ৰতিটো দিশতে চাণক্যই আগবঢ়াই গৈছে পৰামৰ্শ। এই...

Russian Ukraine war

শাম কটা নাই যুদ্ধ: ৰাষ্ট্ৰপতি জেলেনস্কিৰ গৃহ চহৰতে আক্ৰমণ ৰাছিয়াৰ, দহগৰাকীৰ মৃত্যু

অব্যাহত আছে ৰুছ-ইউক্ৰেইন যুদ্ধ। এবছৰতকৈ অধিক সময় অতিক্ৰম কৰা এই প্ৰাণনাশী যুদ্ধই ইতিমধ্যে ধ্বংসলীলা চলাইছে ইউক্ৰেইনত। প্ৰাণ হেৰুৱাইছে অসংখ্য ৰুছ-ইউক্ৰেনিয়ান...

farmers killed

কাণপুৰত খেৰীকাণ্ডৰ পুনৰাবৃত্তি: চৰকাৰী বাহনৰ খুন্দাত তিনি কৃষকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত সংঘটিত হোৱা কৃষক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই...

tata

টাটাৰ কাৰখানাত ভয়ংকৰ দুৰ্ঘটনা: ভাপ নিৰ্গত হৈ আহত ১৯ গৰাকী কৰ্মচাৰী

এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দেশৰ অগ্ৰণী ঔদ্যোগিক প্ৰতিষ্ঠান টাটা ষ্টীলৰ এক কাৰখানাত। উৰিষ্যাৰ ধেংকনাল জিলাৰ টাটা ষ্টীলৰ মেৰামণ্ডলী কাৰখানাত...

Maligaon Flyover

মালিগাঁৱত অঘটন: নিৰ্মাণাধীন উৰণীয়া সেঁতুৰ লোৰ শ্বেব পৰি দুগৰাকী আহত

গুৱাহাটীৰ মালিগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। মালিগাঁৱত নিৰ্মাণাধীন উৰণীয়া সেঁতুৰ পৰা খহি পৰা লোৰ শ্লেবৰ আঘাতত দুগৰাকী লোক...

Terrorists Killed In Jammu-Kashmir

জম্মু-কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ: সেনাৰ গুলীত দুই উগ্ৰপন্থী সদস্য নিহত

জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আজি পুনৰ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ভাৰতৰ নিৰাপত্তা বাহিনী। নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা...

dark circles

চকুৰ গুৰিৰ ক’লা দাগক লৈ ভুগিছে সমস্যাত! মানি চলক এইকেইটা উপায়, পাব সুফল

এতিয়া উৎকট গৰমৰ দিন। নিজৰ গাৰ ছালখন নিমৰ কৰি ৰখাৰ বাবে প্ৰয়োজনীয় সকলো যত্ন নিশ্চয় আপুনি লৈছে। কিন্তু তাৰ মাজতে...

ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি

ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি

দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। মঙলবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা...

Page 2090 of 6640 1 2,089 2,090 2,091 6,640

Stay Connected

Recent News