আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে
দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ নিজৰ ব্যক্তিগত বাসগৃহৰ বাথৰুমত ৰাখিছিল। ইয়াৰ উপৰিও আমেৰিকা চৰকাৰৰ বহু...












