NE NOW NEWS

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

কোনো চলচ্চিত্ৰ তাৰকা বা তাৰকা ক্ৰিকেটাৰে যেতিয়া ঘৰ হওক বা গাড়ীয়েই হওক, বৃহৎ ধনেৰে সম্পত্তি কিনিলে নিশ্চয়কৈ ডাঙৰ খবৰ হৈ...

ৰহস্যজনকভাৱে হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ

ৰহস্যজনকভাৱে হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ

ৰহস্যজনক পৰিস্থিতিত নিজৰ হোষ্টেলৰ কোঠাত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত ছাত্ৰজন কামৰূপৰ মিৰ্জাৰ শ্বাহ নিহাজুল নিহাজ...

Anil Antony

তৰকাৰীৰ ব্যৱহৃত পাতৰ দৰেই দলিয়াই দিব বিজেপিয়ে!

পিতৃৰ সম্পূৰ্ণ এক বিপৰীত মেৰুত অৱস্থান কৰি বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে কংগ্ৰেছৰ বয়োজ্যেষ্ঠ্য নেতা এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে।...

Gaj Utsav

কাজিৰঙাত আফ্ৰিকান হাতী! ৰাষ্ট্ৰপতি আদৰণি পোষ্টাৰত দেখা গ’ল আফ্ৰিকান হাতীৰ বিচৰণ

প্ৰজেক্ট এলিফেণ্টৰ ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আয়োজন কৰা গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি অসমলৈ আহিছে ৰাষ্ট্ৰপতি...

ULFA

ফেচবুক কৰ্ণাৰ: আলফা সম্পৰ্কে এটা চমু আলোচনা

একবিংশ শতিকাৰ তৃতীয় দশকত থিয় হৈ আজি আলফাক সমালোচনা কৰিবলগীয়া একো নাই। কিয়নো ইতিহাসৰ সেই অধ্যায়টো আমি ইতিমধ্যেই পাৰ কৰি...

Salman Khan

স্ব-নিৰাপত্তা! মৃত্যুৰ ভাবুকিৰ মাজতে নতুন বুলেট প্ৰুফ বাহন ক্ৰয় ভাইজানৰ

বলীউডৰ ছুপাৰষ্টাৰ ভাইজান খ্যাত ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। অভিনেতাগৰাকীলৈ অহা এনে ভাবুকিৰ...

Sisodia to Modi

দেশক প্ৰয়োজন এগৰাকী শিক্ষিত প্ৰধানমন্ত্ৰীৰ: তিহাৰৰ বন্ধ কুঠৰীৰ পৰা মোদীলৈ পত্ৰ চিছ’দিয়াৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ চলি থকা বাক-বিতণ্ডাৰ মাজতে এইবাৰ তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ...

CAG on Assam budget

অতিমাত্ৰা আনুমানিক আৰু অবাস্তৱিক ২০২১-২২ৰ অসম বাজেট: কেগ

অসমৰ ২০২১-২২ বৰ্ষৰ বাজেট আছিল অবাস্তৱিক আৰু অতিমাত্ৰা আনুমানিক। অসম বাজেট সন্দৰ্ভত এই বক্তব্য প্ৰকাশ কৰিছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক,...

আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল

আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক কেন্দ্ৰ কৰি আমেৰিকা আৰু নাটোৰ কেইবাটাও গোপন নথি ফাদিল হৈছে। ইউক্ৰেইনৰ সৈন্যই ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে কেনেকৈ প্ৰতিৰোধ আক্ৰমণ...

RBI-ৰ ৰোষত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা! জৰিমনা লগালে ৬.৭৭ কোটি টকা; তালিকাত আৰু কোন?

RBI-ৰ ৰোষত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা! জৰিমনা লগালে ৬.৭৭ কোটি টকা; তালিকাত আৰু কোন?

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ এক অধিসূচনাত কোৱা হৈছে যে ঋণ অনুমোদন কৰাৰ সময়ত ঋণগ্ৰহণকাৰীক সুতৰ হাৰ প্ৰকাশ...

Page 2197 of 6643 1 2,196 2,197 2,198 6,643

Stay Connected

Recent News