অপেক্ষা ৮ ডিচেম্বৰলৈ: সলনি হ’ব নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম!
কংগ্ৰেছৰ শাসনকালত দেশৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম গান্ধী পৰিয়ালৰ নামেৰে নামাকৰণ কৰাক লৈ সৰৱ হৈ অহা বিজেপিয়ে শাসনলৈ আহি পিছে নিজাধৰণে...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
কংগ্ৰেছৰ শাসনকালত দেশৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম গান্ধী পৰিয়ালৰ নামেৰে নামাকৰণ কৰাক লৈ সৰৱ হৈ অহা বিজেপিয়ে শাসনলৈ আহি পিছে নিজাধৰণে...
মুম্বাইৰ বিমান বন্দৰত আটক কৰা হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানক। অভিনেতাজনক ডুবাইৰ পৰা উভতি অহাৰ সময়তে মুম্বাই বিমানবন্দৰত শুল্ক...
কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখনৰ আজি দ্বিতীয় দিন। চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায়...
বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনতে হয়তো প্ৰথমবাৰৰ বাবে সংসদীয় সমিতিৰ পৰা বাদ পৰিল সংসদৰ দ্বিতীয় স্থানত থকা দলটো। লক্ষ্যণীয়ভাবে এইবাৰ...
আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচন উপলক্ষ্যে আজি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিগত ২৭ বছৰ ধৰি গুজৰাটত ক্ষমতাহীন হৈ...
কামৰ সন্ধানত নেপাললৈ গৈ কাম নাপাই দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয় লোকক উদ্ধাৰ নেপাল আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতক গটাই...
আজি অনুষ্ঠিত হৈছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ ৫৫ লাখতকৈও অধিক ভোটাৰে আজি নতুন চৰকাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিব। নিৰ্বাচনৰ...
World’s longest luxury cruise from Varanasi to Dibrugarh কেন্দ্ৰই উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ উজনি অসমৰ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ...
Russia bans entry to 200 US citizens ৰাছিয়াই এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ভাতৃ-ভগ্নীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। শুকুৰবাৰে...
বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান ঘটিছে। শনিবাৰে পুৱা ৮.৩০ বজাত নিজ বাসগৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd