NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কোনবোৰ শিশু ভৱিষ্যতে আটাইতকৈ সফল আৰু সুখী হ’ব? পঢ়া-শুনা আৰু খেল-ধেমালিৰ বাহিৰেও গোপন ৰহস্য জনালে গৱেষকসকলে

কোনবোৰ শিশু ভৱিষ্যতে আটাইতকৈ সফল আৰু সুখী হ’ব? পঢ়া-শুনা আৰু খেল-ধেমালিৰ বাহিৰেও গোপন ৰহস্য জনালে গৱেষকসকলে

সন্তান জীৱনত সফল হোৱাটো সকলো পিতৃ-মাতৃয়েই বিচাৰে। আৰু সফল হ'বলৈ হ'লে মনপুতি পঢ়া-শুনা কৰাটোৱেই নিয়ম। তাত কোনো সন্দেহ নাই যদিও...

“এফালে যুদ্ধ, আনফালে বৃদ্ধি ইন্ধনৰ দাম; তাৰমাজত কিয় এই সৌন্দৰ্যবৰ্ধনৰ কাম?” : প্ৰশ্ন সুধি ট্ৰাম্পৰ অকথ্য গালিৰ সন্মুখীন মহিলা সাংবাদিক

“এফালে যুদ্ধ, আনফালে বৃদ্ধি ইন্ধনৰ দাম; তাৰমাজত কিয় এই সৌন্দৰ্যবৰ্ধনৰ কাম?” : প্ৰশ্ন সুধি ট্ৰাম্পৰ অকথ্য গালিৰ সন্মুখীন মহিলা সাংবাদিক

যুদ্ধৰ উত্তাপ আৰু আকাশলংঘী গেছৰ দামৰ মাজতে সৌন্দৰ্যবৰ্ধনৰ কামক লৈ প্ৰশ্ন কৰাৰ বাবেই এগৰাকী মহিলা সাংবাদিকক অকথ্য ভাষাত গালি পৰাৰ...

কংগ্ৰেছশাসিত তেলেংগানাত অবিবেচক কাণ্ড! কিয় ভাঙি পেলোৱা হ’ল ৮০০ বছৰ পুৰণি শিৱ মন্দিৰ?

কংগ্ৰেছশাসিত তেলেংগানাত অবিবেচক কাণ্ড! কিয় ভাঙি পেলোৱা হ’ল ৮০০ বছৰ পুৰণি শিৱ মন্দিৰ?

কংগ্ৰেছ শাসিত তেলেংগানাত এখন বিদ্যালয় নিৰ্মাণৰ বাবে ৮০০ বছৰ পুৰণি এটা ঐতিহাসিক শিৱ মন্দিৰ বুলডজাৰেৰে ভাঙি পেলোৱাক কেন্দ্ৰ কৰি বৰ্তমান...

তামিলনাডুৰ সকলো দলৰে শেষৰ বৰ্ণটো ‘K’ কিয়? জানক এই বিশেষ পৰম্পৰাৰ বিষয়ে

তামিলনাডুৰ সকলো দলৰে শেষৰ বৰ্ণটো ‘K’ কিয়? জানক এই বিশেষ পৰম্পৰাৰ বিষয়ে

তামিলনাডুৰ ৰাজনৈতিক দৃশ্যপটত এটা বিষয় অতি সহজে চকু পৰা বিধৰ। সেয়া হৈছে ৰাজ্যখনৰ প্ৰায়বোৰ ডাঙৰ ৰাজনৈতিক দলৰ নামৰ শেষত থকা...

দেশৰ ৯৮ হাজাৰ বিদ্যালয়ত নাই মহিলাৰ শৌচাগাৰ, ১ .১৯ লাখ বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ : নীতি আয়োগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

দেশৰ ৯৮ হাজাৰ বিদ্যালয়ত নাই মহিলাৰ শৌচাগাৰ, ১ .১৯ লাখ বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ : নীতি আয়োগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

বৰ্তমান সময়ত এফালে যদি আত্মনিৰ্ভৰ ভাৰতৰ অধীনত দেশত অত্যাধুনিক যুদ্ধাস্ত্ৰ নিৰ্মাণ কৰা হৈছে, আনফালে দেশৰ শিক্ষা ব্যৱস্থাৰ এক পুতৌলগা ছবি...

অপ্ৰতিৰোধ্য বিজয়! কংগ্ৰেছ আৰু বাওঁদলৰ সমৰ্থনেৰে ১১৯ বিধায়ক লগত লৈ চৰকাৰ গঠন কৰিবলৈ সাজু

অপ্ৰতিৰোধ্য বিজয়! কংগ্ৰেছ আৰু বাওঁদলৰ সমৰ্থনেৰে ১১৯ বিধায়ক লগত লৈ চৰকাৰ গঠন কৰিবলৈ সাজু

তামিলনাডুৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি অভিনেতা বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগাম চমুকৈ টিভিকি এতিয়া চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ...

এটা সামান্য ভুলৰ বাবেই তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা বঞ্চিত হ’ব নেকি থালাপতি বিজয়?

এটা সামান্য ভুলৰ বাবেই তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা বঞ্চিত হ’ব নেকি থালাপতি বিজয়?

তামিলনাডুৰ ৰাজনীতিত এতিয়া আটাইতকৈ চৰ্চিত বিষয় হৈছে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয় আৰু তেওঁৰ দল টিভিকে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ...

সমকামী ডেটিং এপ ব্যৱহাৰৰ ভয়ংকৰ পৰিণতি! দুৰ্বৃত্তৰ কবলত পৰি সৰ্বস্ব হেৰুৱালে এইজন যুৱকে

সমকামী ডেটিং এপ ব্যৱহাৰৰ ভয়ংকৰ পৰিণতি! দুৰ্বৃত্তৰ কবলত পৰি সৰ্বস্ব হেৰুৱালে এইজন যুৱকে

ছচিয়েল মিডিয়া বা ডেটিং এপৰ জৰিয়তে গঢ়ি তোলা বন্ধুত্ব যে কেতিয়াবা বিপদৰ কাৰণ হৈ পৰিব পাৰে, তাৰ এক ভয়ংকৰ উদাহৰণ...

৫৫ বছৰীয়া স্বামী, ২৩ বছৰীয়া পত্নী : ২১ বছৰীয়া সন্তানে মাহী মাকৰ লগত কৰিলে জঘন্য কাণ্ড

৫৫ বছৰীয়া স্বামী, ২৩ বছৰীয়া পত্নী : ২১ বছৰীয়া সন্তানে মাহী মাকৰ লগত কৰিলে জঘন্য কাণ্ড

নাগপুৰত এটা অতি লজ্জাজনক তথা চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা পোহৰলৈ আহিছে। এজন ২১ বছৰীয়া কলেজীয়া ছাত্রই নিজৰ ২৬ বছৰীয়া সতীয়া...

বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু; ‘ৱাকা ৱাকা’ৰ পিছত, এইবাৰ ‘দাই দাই’

বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু; ‘ৱাকা ৱাকা’ৰ পিছত, এইবাৰ ‘দাই দাই’

ফুটবল বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু। ২০১০ চনৰ বিশ্বকাপত ছাকিৰাৰ ‘ৱাকা ৱাকা’ৰ সুৰত সমগ্ৰ বিশ্বই নাচি উঠিছিল। সেই...

Page 258 of 6643 1 257 258 259 6,643

Stay Connected

Recent News