• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2026 3:37 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ আই ইউ ডি এফ মূৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে সোমবাৰে অসম বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ জৰিয়তে প্ৰায় দুটা দশকৰ পাছত তেওঁ পুনৰ ৰাজ্যৰ বিধানসভালৈ উভতি আহিল। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তেওঁৰ চৰকাৰী কাৰ্যালয়ত আজমলক এই শপত বাক্য পাঠ কৰোৱায়। পৱিত্ৰ হজ যাত্ৰাৰ বাবে যোৱা মে’ মাহত অনুষ্ঠিত হোৱা সমূহীয়া শপত গ্ৰহণ অনুষ্ঠানত তেওঁ উপস্থিত থাকিব পৰা নাছিল। সোমবাৰৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত এ আই ইউ ডি এফৰ কেইবাগৰাকীও নেতা আৰু প্ৰাক্তন বিধায়ক আজমলৰ সৈতে উপস্থিত থাকে।

শপত গ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয় যে দলীয় আলোচনাৰ অন্ততহে তেওঁ ৰাজ্যিক ৰাজনীতিলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল। তেওঁ কয় যে মই ৰাজ্যিক ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা উচিত বুলি অনুভৱ কৰিছিলো আৰু দলৰ সিদ্ধান্ত মৰ্মে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হওঁ। দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিয়ে সংখ্যালঘু লোকসকলৰ মাজত এক ভয়ৰ পৰিৱেশ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ সংখ্যালঘুৰ সুৰক্ষা, মূল্যবৃদ্ধি আৰু বৈষম্যৰ দৰে বিষয়সমূহৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

Apply Now

ইয়াৰ উপৰিও গেছ, পেট্ৰ’ল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আজমলে বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ তেওঁলোকৰ প্ৰধান লক্ষ্য হৈ থাকিব। ৰাজ্যখনত চলি থকা উচ্ছেদ অভিযানৰ প্ৰসংগত আজমলে চৰকাৰক আহ্বান জনায় যে মানুহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আগতে চৰকাৰে সঠিক অনুসন্ধান আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলে এই বিষয়সমূহ ৰাজনৈতিক আৰু আইনীভাৱে উত্থাপন কৰি যাব আৰু প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰো কাষ চাপিব। নিৰ্বাচিত নেতাসকলে সদায় জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা উচিত বুলি মন্তব্য কৰি তেওঁ কয় যে দৰিদ্ৰতা, মূল্যবৃদ্ধি আৰু সাধাৰণ মানুহৰ সমস্যাৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ সদায় অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd