NE NOW NEWS

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

AJP

অজাপৰ সমষ্টি কমিটি গঠন সভাত দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত সংঘাত

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল তথা নেতা কৰ্মী সকলোৰ মাজত।...

freepres

সীতাৰমণৰ ঘোষণা: চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ভাৰতৰ প্ৰথম মানৱবিহীন মহাকাশযান ‘গগণযান’

২০২১-২২ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্বাস্থ্য, যাতায়াত আদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে মহাকাশ গৱেষণাৰ বিষয়তো...

images

বিত্তমন্ত্ৰী সীতাৰমনৰ ঘোষণা: ৭৫ বছৰৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিকে দাখিল কৰিব নালাগে আয়কৰ ৰিটাৰ্ণ!

সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰা বাজেটত প্ৰত্যক্ষ কৰৰ এলানি সংস্কাৰৰ কথা ঘোষণা কৰিছে। ক্ষুদ্ৰ কৰদাতাৰ ওপৰৰ পৰা...

WhatsApp-Image-2020

অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে সীতাৰমণৰ বাজেটত ১০০০ কোটি টকা আৱণ্টন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা সাধাৰণ বাজেটত অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ১০০০ কোটি টকা আৱণ্টন...

nagaon

নগাঁৱৰ মিকিৰ বামুণী গ্ৰান্টত কৃষকৰ অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰি...

sitharaman

কেন্দ্ৰীয় বাজেটত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা আৱণ্টন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা সাধাৰণ বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কিছু বিশেষ পেকেজ ঘোষণা কৰিছে। ক’ৰ’ণাকালত...

WhatsApp Image 2021-02-01 at 11.51.54 AM

বাজেট: স্বাস্থ্যখণ্ডলৈ বিশেষ পেকেজ; কৰ’নাৰ ভেকচিনৰ বাবে ৩৪ হাজাৰ কোটি টকাৰ অনুমোদন

কৰ’না সংকটৰ সময়ত সোমবাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে, এইবাৰৰ বাজেট সময় সাপেক্ষে যথেষ্ট প্ৰত্যাহ্বান বুলিও ধাৰণা...

a 123

হত্যা নে আত্মহত্যা? কপিলী নৈৰ পাৰঘাটত উদ্ধাৰ নৱ বিবাহিতাৰ মৃতদেহ

জাগীৰোডৰ সমীপৰ কপিলী নদীৰ ৰজাকুছি পাৰঘাটত  পুৱা ৰাইজৰ মাজত হুৱা দুৱা লাগে। হুৱা-দুৱা লগাৰ কাৰণ হ'ল এটা মৃতদেহ। পুৱাই নদীৰ...

Cricket-legend-Sunil-Gavask

টেষ্ট অভিষেকৰ ৫০ বৰ্ষপূৰ্তি; গাভাস্কাৰক বিশেষ সন্মানেৰে সন্মানিত কৰিব মুম্বাই ক্ৰিকেট সংস্থাই

ভাৰতীয় তথা বিশ্ব ক্ৰিকেটৰ এগৰাকী জীৱন্ত কিংবদন্তি সুনীল মনোহৰ গাভাস্কাৰক অভিনৱ ধৰণে সন্মানিত কৰিবলৈ আগবাঢ়িছে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যন অৰ্থাৎ এমচিএই।...

accident

পুৱতি নিশা পথৰ ওপৰতে বাগৰি পৰিল পিক আপ ভান, ১০ জন নিহত

এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল ওড়িশাক। ওড়িশাৰ কোৰাটপুৰ জিলাত  সোমবাৰে পুৱতি নিশা এখন যাত্ৰীৰে ঠাহ খাই থকা পিক আপ ভানে...

Page 2969 of 5982 1 2,968 2,969 2,970 5,982

Stay Connected

Recent News