• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজাপৰ সমষ্টি কমিটি গঠন সভাত দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত সংঘাত

ইয়াছিন আলী by ইয়াছিন আলী
February 1, 2021 2:16 pm
AJP

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল তথা নেতা কৰ্মী সকলোৰ মাজত। এইক্ষেত্ৰত পিছ পৰি থকা নাই নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদো।

দেওবাৰে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰত অসম জাতীয় পৰিষদ দলৰ অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ সমষ্টি কমিটি গঠনৰ বাবে এখন সভাৰ আয়োজন কৰা হয়।

Apply Now

সভাৰ সভাপতি হিচাপে আমিনুল ইছলামক দায়িত্ব দিয়াত মঞ্চতেই এক বিতৰ্কৰ সৃষ্টি হয়। পিছত সভা পৰিচালনাৰ বাবে সভানেত্ৰী হিচাপে দায়িত্ব দিয়া হয় তত্ত্বাৱধায়ক হিচাপে অহা অপৰাজিতা বৰাক।

সভানেত্ৰী অপৰাজিতা বৰাৰ নেতৃত্বত অনুষ্ঠিত সভাত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক মকবুল হুছেইনৰ লগতে ৰবিন দত্তকে ধৰি আন আন বিষয়ববীয়া সকল।

সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা ৰাইজৰ দলৰ পৰা অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী তথা প্ৰাক্তন বিধায়ক মকবুল হুছাইন উপস্থিত থাকি ভাষণত কয় যে এই দল কেৱল মিঞাৰ দল নহয়, কিন্তু আজিৰ সভাত কেৱল মিঞাই উপস্থিত থকা পৰিলক্ষিত হৈছে।

ইফালে আন এজনী প্ৰাৰ্থিত্ব প্ৰত্যাশী অজন্তা বৰুৱাও উপস্থিত থাকে সভাত। সভাত সমষ্টি কমিটি গঠনৰ বাবে সমষ্টি কমিটিৰ সভাপতি হিচাপে দুয়োজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থিৰ লগতে সমৰ্থনকাৰীক লগত লৈ আহে।

সমষ্টি কমিটিৰ সভাপতি হিচাপে একাংশই আমিনুল ইছলামক সমৰ্থন কৰে যদিও আন একাংশই মহম্মদ আলীক সমৰ্থন জনায়। ইয়াৰ লগে লগে  দুটা ফৈদৰ সংঘাত স্পষ্ট ভাৱ প্ৰকাশ পায় আৰু সভাত উত্তেজনাৰ সৃষ্টি হয়।

দুয়ো পক্ষৰ মাজত তুমুল তৰ্ক বিতৰ্ক আৰম্ভ হয়। শেষত তৰ্ক-বিতৰ্কৰ মাজেৰে আমিনুল ইছলামক সমষ্টি কমিটিৰ সভাপতি হিচাপে লৈ এখন তদৰ্থক সমষ্টি কমিটি গঠন কৰা হয়।

সভাত উত্তপ্ত পৰিস্থিতি সম্পৰ্কে বঙাইগাওঁ জিলা সমিতিৰ নেতা মসিউৰ ৰহমানক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে এয়া প্ৰাক্তন বিধায়ক মকবুল হুছাইনৰ বাবেই এনে অবাঞ্চিত ঘটনাৰ সৃষ্টি হৈছে।

ইফালে সাংবাদিকৰ আগত লগে লগে মকবুল হুছাইনে কয় যে সভাত কোনো ধৰণৰ অবাঞ্চিত ঘটনাৰ সৃষ্টি হোৱা নাই আৰু বৰ নিয়াৰিকৈ সভাখন সম্পন্ন হৈছে। কিন্তু প্ৰাক্তন বিধায়ক মকবুল হুছেইন আহ্বায়ক সমিতিৰ ওপৰত নাৰাজ হোৱা বুলি জানিব দিয়ে। লগতে মকবুল হুছাইন অহা ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী বুলি জানিব দিয়ে।

সভাত উত্তপ্ত পৰিস্থিতি তথা নেতা কৰ্মী সকলৰ মাজত অমিল থকাৰ বাবে অসম জাতীয় পৰিষদ দলৰ প্ৰতি থকা আগ্ৰহী একাংশ যুৱকে নেতা কৰ্মী সকলক তীব্ৰ বাক্যবান নিক্ষেপ কৰি কয় যে আমি এই দলৰ প্ৰতি আগ্ৰহী আছিলো যাৰ বাবেই সকলো এৰি আজিৰ এই সভাত উপস্থিত হৈছো। কিন্তু দুৰ্ভাগ্যজনক কথা যে আপোনালোকৰ আচৰণত আমি অসন্তুষ্ট।

নতুনকৈ গঠন হোৱা দলটোৰ একাংশ নেতাৰ বাবেই হয়তো ৰাইজে আঁকোৱালি ল’বলৈ সংকুচ অনুভৱ কৰিব বুলি বহুতে ধাৰণা কৰিছে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd