• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টেষ্ট অভিষেকৰ ৫০ বৰ্ষপূৰ্তি; গাভাস্কাৰক বিশেষ সন্মানেৰে সন্মানিত কৰিব মুম্বাই ক্ৰিকেট সংস্থাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 1, 2021 10:43 am

1 min read

Cricket-legend-Sunil-Gavask

সুনীল গাভাস্কাৰ।

143
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় তথা বিশ্ব ক্ৰিকেটৰ এগৰাকী জীৱন্ত কিংবদন্তি সুনীল মনোহৰ গাভাস্কাৰক অভিনৱ ধৰণে সন্মানিত কৰিবলৈ আগবাঢ়িছে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যন অৰ্থাৎ এমচিএই। গাভাস্কাৰ বৰ্তমান এগৰাকী ধাৰা ভাষ্যকাৰ হিচাপে কৰ্মৰত।

ৱাংখাড়ে ষ্টেডিয়ামত খেলুৱৈগৰাকীৰ নামত বিশেষ বক্স লাভ কৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক গাভাস্কাৰে।

১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটোৱাৰ পাছত ভাৰতীয় ক্ৰিকেটৰ বাবে এক স্বৰ্ণিল অধ্যায়ৰ সূচনা কৰি গৈছে এই মহান ক্ৰিকেটাৰগৰাকীয়ে।

গাভাস্কাৰৰ টেষ্ট অভিষেকৰ ৫০ বৰ্ষপূৰ্তি উপলক্ষে তেওঁক মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে এই বিশেষ সন্মান আগবঢ়াইছে।

বাতৰি অনুসৰি, অহা ৯ মাৰ্চত ৱাংখেড়ে ষ্টেডিয়ামত গাভাস্কাৰৰ নামত নিৰ্মাণ কৰা বক্সৰ উদ্বোধন কৰি কিংবদন্তি ক্ৰিকেটাৰগৰাকীক সম্বৰ্দ্ধনা জনোৱা হ’ব। এই বক্সত ১০-১২খন আসন থাকিব।

১৯৭১চনৰ ৬ মাৰ্চত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক টেষ্টত গাভাস্কাৰে ৬৫ আৰু অপৰাজিত ৬৭ৰাণৰ দুটা ইনিংছ খেলিছিল।

অভিষেক টেষ্ট ছিৰিজতে মুঠ ৭৭৪ৰাণ কৰি গঢ়ি থোৱা তেওঁৰ অভিলেখ এতিয়াও কোনেও ভাঙিব পৰা নাই।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd