‘গণতন্ত্ৰৰ ওপৰত আক্ৰমণ’: শিৱসাগৰত ‘অসমীয়া প্ৰতিদিন’ কাকত জ্বলোৱাৰ ঘটনাত ব্যাপক প্ৰতিক্ৰিয়া
বুধবাৰে শিৱসাগৰত দিনৰ পোহৰতে আগশাৰীৰ কাকত অসমীয়া প্ৰতিদিনৰ টোপোলাত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সাংবাদিক সংস্থা, ৰাজনৈতিক দল আৰু...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
বুধবাৰে শিৱসাগৰত দিনৰ পোহৰতে আগশাৰীৰ কাকত অসমীয়া প্ৰতিদিনৰ টোপোলাত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সাংবাদিক সংস্থা, ৰাজনৈতিক দল আৰু...
বিশ্ব ঐতিহ্যক্ষেত্ৰ শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলাভৱনত আজিৰে পৰা অসম তথা দেশৰ বৰেণ্য শিল্পী বেণু মিশ্ৰৰ এক বিশেষ মৰণোত্তৰ কলা প্ৰদৰ্শনী...
দিল্লীৰ ২৪ আকবৰ ৰোডত থকা শুভ্ৰ বগা বাংলোটো। এই ঠিকনাটো প্ৰায় পাঁচ দশকৰ বহু ঐতিহ্যৰ সাক্ষী। এইটো কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখ্য...
লোকসভাত উত্তপ্ত পৰিস্থিতিৰ মাজতে ‘ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) বিধেয়ক’ গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে তৃতীয় লিংগৰ লোকসকলৰ সামাজিক,...
ছিংগাপুৰৰ ক’ৰ’নাৰ্ছ আদালতে অসমীয়া সাংস্কৃতিক জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা দুৰ্ঘটনাজনিত মৃত্যু বুলি ৰায়দান কৰিছে। আৰক্ষী...
কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ আৰু ৰাজসাহায্য প্ৰদানৰ প্ৰক্ৰিয়াক লৈ এক নতুন তথা কঠোৰ নিৰ্দেশনা...
ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাসমূহে শাসকীয় বিজেপি দলৰ একাংশ শীৰ্ষ নেতা, মন্ত্ৰী আৰু বিধায়কৰ অদম্য সম্পত্তি...
অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বাজি উঠাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিশেষকৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ...
পাৰস্য উপসাগৰীয় অঞ্চলত সৃষ্টি হোৱা সাম্প্ৰতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি,...
অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব সামৰণি পৰাৰ পাছত ৰাজ্যজুৰি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। নিৰ্বাচন আয়োগৰ শেহতীয়া...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd