• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কংগ্ৰেছক কেতিয়াও বিশ্বাস কৰিব নালাগে’, বিজয়ৰ দলক সমৰ্থন কৰাত কংগ্ৰেছক আক্ৰমণ ডিএমকেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2026 1:04 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ৰাজনীতিত ডিএমকে নেতা তথা যুৱ শাখাৰ সম্পাদক উদয়নিধি ষ্টালিনে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেৰ নেতৃত্বাধীন চৰকাৰক কংগ্ৰেছে সমৰ্থন কৰাৰ পাছতে এই ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। দলীয় এক কাৰ্যসূচীত উদয়নিধি ষ্টালিনে কয় যে ডিএমকেই কংগ্ৰেছক পুনৰ কেতিয়াও বিশ্বাস কৰা উচিত নহয়। তেওঁ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ডিএমকে কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু এম কে ষ্টালিনৰ নেতৃত্বৰ বাবেই কংগ্ৰেছে আসন জিকিবলৈ সক্ষম হৈছিল, কিন্তু ইয়াৰ পিছতো কংগ্ৰেছৰ মাজত ন্যূনতম কৃতজ্ঞতা আৰু সৌজন্যতাবোধৰ অভাৱ দেখা গৈছে।

উদয়নিধি ষ্টালিনে ক্ষোভ প্ৰকাশ কৰি কয় যে কংগ্ৰেছৰ বিধায়কসকল জিকি অহাৰ মূল কাৰণ আছিল ডিএমকেৰ কৰ্মীসকল, কাৰণ জনসাধাৰণে এম কে ষ্টালিনকহে মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছিল। কিন্তু এতিয়া কেৱল কিছুমান পদৰ লোভত কংগ্ৰেছে ডিএমকেক একো নজনোৱাকৈয়ে চৰকাৰৰ পক্ষলৈ গুচি গ’ল। তেওঁ কয় যে তামিলনাডুৰ জনসাধাৰণে অতি সোনকালে কংগ্ৰেছক ইয়াৰ এক উচিত শিক্ষা দিব। ইয়াৰ উপৰিও তেওঁ সমগ্ৰ ভাৰতবৰ্ষত বিজেপিৰ উত্থানৰ বাবেও কংগ্ৰেছক জগৰীয়া কৰে। তেওঁৰ মতে, পূৰ্বৰ নিৰ্বাচনসমূহত ডিএমকে প্ৰধানে কংগ্ৰেছক সহায় কৰিছিল, কিন্তু এতিয়া কংগ্ৰেছে তেওঁলোকৰ পিঠিত ছুৰীঘাত কৰিলে। ডিএমকেৰ বৈঠকত কংগ্ৰেছক বিশ্বাসঘাটক দল বুলিও অভিহিত কৰা হয়।

Apply Now

আনহাতে ডিএমকেৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টালিনেও এই নতুন চৰকাৰখন বেছিদিন নিটিকে বুলি ভৱিষ্যদ্বাণী কৰিছে। তেওঁ দাবী কৰে যে টিভিক চৰকাৰে কোনো কাৰণতে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰে। চৰকাৰখন চলোৱাৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত বিধায়কৰ সংখ্যা নাই আৰু সংখ্যা বৃদ্ধি কৰিবলৈ এআইএডিএমকে দল ভাঙিবলৈ চেষ্টা কৰিও তেওঁলোক ব্যৰ্থ হৈছে। গতিকে এই চৰকাৰখন যিকোনো দিনা বা যিকোনো সময়তে খহি পৰিব পাৰে।

ষ্টালিনে চৰকাৰক সমৰ্থন কৰা চিপিআই, চিপিআই এম আৰু ভিচিকের দৰে বাওঁপন্থী আৰু আঞ্চলিক দলসমূহকো তীব্ৰ সমালোচনা কৰে, যিবোৰে প্ৰথমে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল যদিও এতিয়া মন্ত্ৰীসভাত চামিল হৈ পৰিছে। তেওঁ শেষত এক বিশেষ মন্তব্য কৰি কয় যে সৰু ল’ৰা-ছোৱালীয়ে যেনেকৈ নতুন খেলনা পালে কেইদিনমান খেলিয়েই আমনি পায়, ঠিক তেনেকৈ তামিলনাডুৰ জনসাধাৰণেও এই অভিনেতাগৰাকীৰ শাসনকালক লৈ অতি সোনকালে আমনি পাব আৰু পুনৰ ডিএমকেৰ শাসনলৈ ঘূৰি আহিবলৈ ব্যাকুল হৈ পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd