NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

মণিপুৰত এপ্ৰিলৰ পৰা জুলাই মাহলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক মাচুল সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ

মণিপুৰত এপ্ৰিলৰ পৰা জুলাই মাহলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক মাচুল সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ

মণিপুৰৰ শিক্ষা মন্ত্ৰী ড০ টি এইছ ৰাধেশ্যামে ৰাজ্যখনৰ বিদ্যালয় সমূহক এপ্ৰিলৰ পৰা জুলাই মাহলৈ মাচুল সংগ্ৰহ নকৰিবলৈ আহ্বান জনাইছে। যদিহে...

IMG-20200623-WA0015(1)

শিৱসাগৰত জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

 শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই...

Donald Trump

ক’ৰ’নাৰ ফলত হৈ থকা মৃত্যুৰ বাবে চীনক জগৰীয়া কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ বাবে আজি বিশ্বৰ চাৰে চাৰি লাখৰো অধিক লোকে মৃত্যুমুখত পৰিবলগীয়া হ’ল বুলি পুনৰ এবাৰ কঠোৰ মন্তব্য...

Indian Army officer Brigadier HS Gillshakes hand with Chinese PLA Senior Col Bai Min during a Ceremonial Border Personnel Meeting

আৰম্ভ নহয় চীন-ভাৰতৰ যুদ্ধ! : ঐকমত্যত উপণীত হৈছে ভাৰত আৰু চীনা সৈন্য!

লাডাখ সীমান্তৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত কালিৰ পৰা পুনৰ আৰম্ভ হৈছে ভাৰত-চীন সেনাৰ ক'ৰ্পছ কামাণ্ডাৰ বিষয়া স্তৰৰ বৈঠক। সোমবাৰে...

cdc75cb1-9fe4-4ea9-a57e-9a6e383ed46c-750x375

বৰফ গলিল! পূব লাডাখ সীমান্তত পিছুৱাই যাবলৈ সন্মত ভাৰত আৰু চীনৰ সেনা

পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চীনৰ পিনে ম’ল্ডত সোমবাৰে হোৱা ভাৰত-চীনৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াৰ আলোচনা যোগাত্মক ৰূপে পৰিগণিত হৈছে।...

আজি পতঞ্জলিয়ে মুকলি কৰিব ক’ভিড-১৯ৰ আয়ুৰ্বেদিক ঔষধ

আজি পতঞ্জলিয়ে মুকলি কৰিব ক’ভিড-১৯ৰ আয়ুৰ্বেদিক ঔষধ

বিশ্বৰ প্ৰায়বোৰ দেশে ক’ৰ’না ভাইৰাছৰ ভেকশ্যিন অথবা ঔষধ নিৰ্মাণৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে যোগ গুৰু বাবা ৰামদেৱে আজি মুকলি...

pic chingari app

চীনা TikTokক প্ৰত্যাহ্বান স্বদেশী এপ Chingari ৰ; ৭২ঘন্টাত ডাউনলোড হৈছে ৫ লাখ

ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতীয় লোকৰ মাজত চীনৰ সামগ্ৰী তথা এপ বৰ্জনৰ জোৱাৰ উঠিছে। ইয়াৰ মাজতে চীনৰ জনপ্ৰিয়...

চীনে ভাৰতৰ মাটি দখল কৰিছে নেকি বুলি পুনৰ প্ৰশ্ন ৰাহুল গান্ধীৰ

চীনে ভাৰতৰ মাটি দখল কৰিছে নেকি বুলি পুনৰ প্ৰশ্ন ৰাহুল গান্ধীৰ

গলৱান উপত্যকাত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধীক সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল...

Clinical-trial-of-COVID19-1-1140x570

নাগালেণ্ডত নতুনকৈ ৫০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

নাগালেণ্ডত মঙলবাৰে নতুনকৈ ৫০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। সোমবাৰে নমুনা পৰীক্ষা কৰা ৩১২জন লোকৰ ভিতৰত এই ৫০জন লোকৰ...

who-2_062320083514 new

WHOৰ সকীয়নি: এনেদৰে কৰ’নাক পৰাজিত কৰিব পৰা নাযাব

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্বৰ নেতাসকলক কৰ’না ভাইৰাছৰ সংকটৰ সময়ত ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে যুদ্ধৰ বিপৰীতে...

Page 3511 of 5899 1 3,510 3,511 3,512 5,899

Stay Connected

Recent News