• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনা TikTokক প্ৰত্যাহ্বান স্বদেশী এপ Chingari ৰ; ৭২ঘন্টাত ডাউনলোড হৈছে ৫ লাখ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 23, 2020 12:41 pm

1 min read

pic chingari app
4.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতীয় লোকৰ মাজত চীনৰ সামগ্ৰী তথা এপ বৰ্জনৰ জোৱাৰ উঠিছে।

ইয়াৰ মাজতে চীনৰ জনপ্ৰিয় এপ টিকটকক প্ৰত্যাহ্বান জনাই মুকলি হৈছে আন এটা ভাৰতীয় স্বদেশী এপ চিংগাৰি।

গুগল প্লে’ষ্টৰত ৭২ঘন্টাৰ ভিতৰতে ৫লাখতকৈয়ো অধিক ডাউনলোড হৈছে এই এপটো। য়ুজাৰৰ মাজত কম সময়ৰ ভিতৰতে অতি জনপ্ৰিয় হৈ পৰিছে চিংগাৰি।

চিংগাৰি এটা ভিডিঅ’ শ্বেয়াৰিং এপ্লিকেশ্যন আৰু ই য়ুজাৰক ভিডিঅ’ আপলোড তথা ডাউনলোডৰ সুবিধা আগবঢ়াইছে।

তদুপৰি, ইয়াত বন্ধুৰ সৈতে ছ্যাট কৰাৰো সুবিধা দিয়া হৈছে।য়ুজাৰে নতুন লোকৰ সৈতে ভাৱ বিনিময় কৰাৰ লগতে কন্টেন্টো শ্বেয়াৰ কৰিব পাৰে।

এপটো ইংৰাজীৰ উপৰি ৯টা ভাৰতীয় ভাষা হিন্দী, গুজৰাটী, মাৰাঠী, পঞ্জাৱী,মালয়ালম, তামিল, তেলেগু,কানাড়া আৰু বাংলাক ছাপোৰ্ট কৰে।

উল্লেখ্য যে এই এপটো বাংগালোৰস্থিত ডেভেলাপাৰ্ছ বিশ্বাত্মা নায়ক আৰু সিদ্ধাৰ্থ গৌতমে ডেভেলপ কৰিছে।

গুগল প্লে ষ্ট’ৰত উপলব্ধ এই এপটোৱে মুকলি হোৱাৰ পাছতে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd